চতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

অতিথি সম্পাদক: গৌৰীশংকৰ ভূঞা

অতিথি শিতানৰ সম্পাদকৰ একলম : চতুৰ্থ সংখ্যা

গংগা মোৰ মা পদ্দাও মোৰ মা ৰাজনৈতিক সীমাৰ শক্তি কিমান? শাসনৰ সুবিধাৰ বাবে মাটিৰ ওপৰেৰে কল্পনা কৰি লোৱা “সীমা” বোলা একো একোডাল ৰেখা মানুহৰ আৱেগ-অনুভূতি...অধিক

607 0

নীল নদীৰ পাৰত ফাল্লাহীন, জন আৰু ৰংমনৰ বিননি

এটুকুৰা ভূমিকা: ১৯৩৯ চনত ‘অগ্নিযুগৰ ফিৰিঙতি’ৰপৰা আশী-পঁচাশী চনমানলৈকে ভূপেন হাজৰিকাৰ গীতৰ এক সোণালী সময় বুলিব পাৰি‌। এই কালছোৱাত ৰচিত একো একোটা গানক লৈয়েই আচলতে গবেষণা...অধিক

773 0

জাতি, মাটি আৰু মুক্তিচেতনা : জাতীয় সংগ্ৰাম আৰু শ্ৰেণী সংগ্ৰাম

মই জাতীয়তাবাদী । অসমক ভাল পাওঁ যেনেকৈ মোৰ আইক মই ভাল পাওঁ । মোৰ জাতীয়তাবাদ হ’ল ঔপনিবেশিক শক্তিৰ হাতত নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ ৷ বিশ্বৰ সকলো...অধিক

1013 0

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিন্দুত সিন্ধু বিচাৰি : এক চমু আলোকপাত

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে কিবা এষাৰ লিখিবলৈ লওঁতেই এটা পুৰণি ক্ষোভ পুনৰ উজাই আহিছে। এই ক্ষোভটো হ’ল - অসমত আধুনিক অসমীয়া গীতি-সাহিত্যৰ যি বিস্তৃত...অধিক

944 0

‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ সন্ধানত

মই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ,  অটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ল'লোঁ;  মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগ'লে কঢ়িয়ালোঁ,  গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ৷ তাজিকিস্তানৰ দুশ্বম্বে চহৰত গালিবৰ...অধিক

599 0

জন-দৰদী শিল্পী ভূপেন হাজৰিকা

(১) প্রিয়জনৰ মৃত্যুৱে মানুহক আৱেগিক কৰি তোলে, ইয়েই স্বাভাৱিক। এই অকৃত্রিম আৱেগে কোনো বাধা নামানে। জন-দৰদী শিল্পী ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত আমি আৱেগৰ এই অপ্রতিৰোধী...অধিক

577 0

আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা

পৰিয়ালৰ একাকিত্বৰ পিছতেই মানুহ সামাজিক পৰিবেশৰ মাজলৈ সোমাই আহিবলগা হয় ৷ এজন সুস্থ নাগৰিকে এখন সুস্থ সমাজৰ প্ৰতিনিধিত্ব কৰিব পাৰে ৷ সমাজত মানুহ হিচাপে জীয়াই...অধিক

659 0

বিশ্ববীক্ষা, বিশ্বমানৱতা আৰু বিশ্ব বজাৰ

(বিশিষ্ট সংগীত শিল্পী, প্ৰগতিশীল সাংস্কৃতিক কৰ্মী তথা লেখক লোকনাথ গোস্বামীৰ এই প্ৰবন্ধটি আমি অডিঅ’ ৰূপত সংগ্ৰহ কৰিছিলোঁ। সম্পাদনাৰ অনুমতি তেখেতে দিছিলে যদিও, তেখেতৰ কথকতাৰ অনুভৱখিনি...অধিক

915 1