দ্বিতীয় বছৰ

শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই?-(বৰ্ণালী বৰুৱা দাস)

শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই হেনো নাৰী পুৰুষতকৈ হীন‌! লিংগহীন বাবেই মানৱ সভ্যতালৈ বিশেষ কিবা অৱদান আগ বঢ়াব পৰাকৈ নাৰী সক্ষম নহয়‌। তথাপিও দুটা ডাঙৰ...অধিক

813 0

এটা নষ্ট সপোন – ‘অদাহ্য’-(ননি)

ভাৰতীয় পেনোৰামাত অন্তৰ্ভুক্ত ‘অদাহ্য’ই কলকাতা আৰু কেৰালা, দুয়োখন ঠাইৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰীয় বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বহিঃবিশ্বৰ কৌতূহলী আকৰ্ষণ তথা ইয়াৰ...অধিক

165 0

নব্য উদাৰীকৰণৰ প্ৰতিক্ৰিয়া : পণ্যৰূপে নাৰীক প্ৰক্ষেপণ-( ড০ অনুৰাধা শৰ্মা)

        নব্য উদাৰতাবাদী অৰ্থনীতিৰ প্ৰভাৱে এতিয়া সমাজৰ প্ৰতিখন ক্ষেত্ৰকে প্ৰভাৱিত কৰিছে আৰু কেৱল বজাৰকেন্দ্ৰিক মানসিকতাক ঊৰ্ধত তুলি ধৰি সমাজৰ সকলো শুভ পৰম্পৰাৰ ডিঙি চেপি ধৰিছে।...অধিক

215 0

সম্পাদকীয়ৰ পৰিবৰ্তে : নাৰী অধিকাৰ ... জুনু বৰা

নাৰীৰ অধিকাৰৰ প্ৰশ্ন আহিলেই আমাৰ সমাজত জাপ মাৰি উঠা লোকৰ সংখ্যা কম নহয়। তেওঁলোকৰ ভাষ্য হৈছে – নাৰীৰ বাবে গণ্ডাই গণ্ডাই আইন আছে, আসন সংৰক্ষণৰ...অধিক

296 0

হিন্দুত্ববাদৰ পৃষ্ঠপোষকতাত নাৰী সবলীকৰণৰ দুঃস্বপ্ন-(সুজাতা হাতীবৰুৱা)

দুদিনমানৰ আগতে অসমৰ স্থানীয় টিভি চেনেলসমূহত দেখা পোৱা গ'ল, হোজাইত বিশ্ব হিন্দু পৰিষদৰ নাৰী গোট 'দুৰ্গা বাহিনী'ৰ সদস্যাভুক্তা হৈ অসমৰ একাংশ হিন্দু যুৱতীয়ে আত্মৰক্ষাৰ নামত...অধিক

358 0

সঁচা-মিছা- (কনকলতা দত্ত)

দেওলগা দুপৰৰ বাটত ছেও ছেও হৈ পৰি আছে - এটা সেউজী সপোন ডাৱৰৰ মুখৰ ৰ'দ যেন ৰক্তস্নাত এটোপাল যৌৱন মাতাল নিশা কুৰুকি কুৰুকি - বখলিওৱা...অধিক

194 0

নাৰী নিৰ্যাতনৰ উৎস বিচাৰি- (ড০ অনিমা গুহ)

২০১২ চনৰ ১৬ ডিচেম্বৰ তাৰিখে দিল্লীৰ এখন চলন্ত বাছত পেৰামেডিকেলৰ ছাত্ৰীগৰাকীয়ে দলবদ্ধ যৌন নিগ্ৰহৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজি ২৮ ডিচেম্বৰত পৰাজয় স্বীকাৰ কৰিলে। এই...অধিক

266 0

নাৰী-স্বাস্থ্য সম্পৰ্কে দুটামান জটিল, দুটামান সৰল কথা-(উদ্দীপ তালুকদাৰ)

  খুব ডাঙৰ ডাঙৰ কথালৈ নগৈয়ো, অতি সহজেই বুজিব পাৰি যে সবলীকৰণৰ লগত স্বাস্থ্যৰ এটা প্ৰত্যক্ষ সম্বন্ধ আছে। সুস্থ শৰীৰহে সবল হ’ব, নাৰীয়ে যদি সমৰ...অধিক

89 0