দ্বিতীয় সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদক: প্ৰদ্যুম্ন কুমাৰ গগৈ

অতিথি সম্পাদকৰ সম্পাদকীয় - (প্ৰদ্যুম্ন কুমাৰ গগৈ)

'মুক্ত চিন্তা'ৰ দৰে অতি প্ৰয়োজনীয় আলোচনী এখনিৰ 'অতিথি সম্পাদকৰ চ'ৰা' শিতানটিৰ দায়িত্ব আমাক প্ৰদান কৰাৰ বাবে সকলোলৈকে ধন্যবাদ। ভাৰতবৰ্ষৰ জনগাঁথনি তথা নৃগোষ্ঠীসমূহৰ উত্থান-পতনৰ ইতিহাস আৰু...অধিক

541 0

মহুবাৰ মহিষাসুৰ - (মূল : প্রমোদ ৰঞ্জন অনুবাদ : ময়ূৰ চেতিয়া)

বিগত কিছু সময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’...অধিক

390 0

ঘটোৎকচ a story of privileging - ( সমুদ্ৰ কাজল শইকীয়া)

[মহেন্দ্ৰদা আৰু হেমাঙ্গ] "কি চলি আছে এইকেইদিন?" "তেনেকৈ একো নাই, মহেন্দ্ৰদা। এনেয়ে আছোঁ এইকেইদিন।" "তই ক'লেই মানিম নে? একো নকৰাকৈ থকা মানেই কিবা এটাই নিশ্চয়...অধিক

475 1

বিৱৰ্তন- (গৌৰীশংকৰ ভূঞা)

"হোষ্টেলটো যে আৰু দেই, বন্দীশাল এটা!" আবেলি ৬ বজাৰ ঘৰত ঘড়ীৰ কাঁটা লাগো লাগো হ’লেই ঊষাৰ মনলৈ এই বাক্যটোৱেই আহে। লগে লগে নাকটো কোঁচ খাই...অধিক

408 0

দুৰ্গা পূজা আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ পৰিকল্পিত সৃষ্টি - ( প্ৰাঞ্জল দেউৰী)

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ কোনো কোনো স্থানত দুৰ্গা পূজাই সৰ্বাত্মক ৰূপ লৈছে। দুৰ্গা পূজা কেতিয়াৰপৰা আৰু কি উপলক্ষ্যত উদযাপিত হৈছে সেই লৈ বহুধাবিভক্ত মত দেখা...অধিক

899 0

ৰাৱণ - (অম্লানজ্যোতি দেউৰী)

গাঁৱৰ আটাইতকৈ হৃষ্ট-পুষ্ট আৰু ওখ ল'ৰাজনৰ নাম ৰাৱণ সকলোৱে চায়, আৰু ৰাৱণক জোকায় দহজনৰ কাম অকলে কৰা ৰাৱণ গুচি যায় নদীৰ সিপাৰে ৰাতিপুৱাই ৰাৱণে গৰু...অধিক

474 0