তৃতীয় সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদক : সৃষ্টি শ্ৰেয়ম

সাক্ষাৎকাৰ : জেৰিফা ৱাহিদ – (সাক্ষাৎ গ্ৰহণ : ফাৰ্ণাজ নাৰ্গিচ দুৱৰা)

  * অভিনয়ৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল? : অভিনয়ৰ প্ৰতি আগতে কেতিয়াও আকৰ্ষিত হোৱা নাছিলোঁ। সময়বোৰ ঘড়ীৰ কাটা মতে চলা নাছিল। সেইবাবেই ভাল নাপাইছিলোঁ। কিন্তু...অধিক

349 0

যুগদ্ৰষ্টা চলচ্চিত্ৰকাৰ পদুম বৰুৱা - (বিতোপন বৰবৰা)

এখন মাত্ৰ ছবি ‘গঙা চিলনীৰ পাখি’ৰেই যাউতীযুগীয়া খ্যাতি লভা প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ পদুম বৰুৱাৰ মতে, চলচ্চিত্ৰৰ ভাষা এনে– য’ত দৃশ্যই কথা বেছি ক’ব– সংলাপ যৎকিঞ্চিৎ থাকিব...অধিক

492 0

বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা - (ননি)

  [আহে সভাসদ : দেখহ শুনহ 'বকুল' সংবাদ] কাৰোবাৰপৰা শুনিছিলোঁ, ভবেন্দ্ৰনাথ শইকীয়াদেৱে তেওঁ চলচ্চিত্ৰ এখন নিৰ্মাণ কৰাৰ পিছত, তেওঁৰ চলচ্চিত্ৰত যি যি লোকে বিত্তীয়ভাৱে সহায়-সহযোগ...অধিক

517 0

কথানদীৰ কথা : পপকৰ্ন, ক’ল্ড ড্ৰিংকছ আৰু লোকজীৱনৰ ফিউজন - (বৰ্ণালী বৰুৱা দাস)

১) পাতনিতে অলপ ব্যক্তিগত বকলা : যোৰহাটৰ ইলি হলত এবাৰ জাহ্নু বৰুৱাৰ ‘অজেয়’ চাবলৈ গৈছিলো। টিকট কাউন্টাৰ তেতিয়ালৈকে খোলাই নাই‌। হলৰ ওচৰত মানুহ-দুনুহ নাই‌। ব্যস্ত...অধিক

634 2

পুৰণি অসমীয়া চলচ্চিত্ৰৰ পোষ্টাৰ (‘এনাজৰী ডট কম’-ৰ পৰা)

(জাতি এটাৰ ৰাজহাঁড়ডাল সুদৃঢ় কৰে ইয়াৰ ইতিহাসে। আৰু ইতিহাস সংৰক্ষণ নিৰ্ভৰ। ২০১০ চনতে অসমৰ সোণোৱালী সময় ডিজিটেলী সংৰক্ষণ কৰাৰ এক সময়োপযোগী দায়িত্ব নিজে কান্ধ পাতি...অধিক

507 0

কাৰ্টুন (নিতুপৰ্ণ ৰাজবংশী)

১৯৯৭ চনৰে পৰা কাৰ্টুনৰ সতে জড়িত৷ প্ৰথম কাৰ্টুন প্ৰকাশ অবিকলত৷ বৰ্তমানে কাৰ্টুনকে পেশা হিচাপে গ্ৰহণ আৰু ছপা,ব্যক্তিগত ৱেবচাইট, চছিয়েল মিডিয়া তথা বিভিন্ন অনলাইন মেগাজিন আৰু...অধিক

438 0

অসমৰ এগৰাকী চিৰসেউজ গায়ক দ্বীপেন বৰুৱাৰ সতে 'মুক্ত চিন্তা'ৰ হৈ ফাৰনাজ নাৰ্গিছ দুৱৰাৰ সাক্ষাৎকাৰ

১) আপুনি অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক। সকলো জেনেৰেচনৰ যুৱক-যুৱতীয়ে আপোনাৰ গীতসমূহ ভাল পায়। আপোনাৰ দৃষ্টিত মঞ্চ গায়কী আৰু পাৰ্শ্ব গায়কীৰ মাজত মূল পাৰ্থক্য কি ?...অধিক

478 0

অসমীয়া চলচ্চিত্ৰত অসমীয়া সমাজৰ সমমাত্ৰিক বৈশিষ্ট্য - (মনস্বিনী মহন্ত)

কুৰি শতিকাৰ আৰম্ভণিৰ তিনিটা দশকত ব’ম্বে, কলিকতা আৰু মাদ্ৰাজকে ধৰি যিসমূহ আঞ্চলিক পকেটত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ হৈছিল, সেইসমূহতকৈ অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ সূচনা কিছু...অধিক

516 0