তৃতীয় সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদক : সৃষ্টি শ্ৰেয়ম

পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ - সাক্ষাৎ গ্ৰহণ চন্দন কুমাৰ

'খোজ', 'সেন্দূৰ' আদি চলচ্চিত্ৰৰ জৰিয়তে অসমীয়া চিনেমা জগতত এজাক নতুন বতাহ বোৱাবলৈ সক্ষম হোৱা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক, স্বনামধন্য চিত্ৰকৰ পুলক গগৈৰ স’তে 'মুক্ত-চিন্তা'ৰ...অধিক

599 0

আকৌ এবাৰ ‘এন্দুৰ’ পঢ়ি, আকৌ এবাৰ ‘কোলাহল’ চাই - ( ডঃ ৰত্নোত্তমা দাস বিক্ৰম)

এক/ বকলা ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ ‘কোলাহল’ চোৱা দৰ্শকবৃন্দক দুটা ভাগত ভগাই পেলাব পৰা যায়। এভাগত সেইসকল, যিসকলে ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এন্দুৰ’ গল্পটো পঢ়িছে আৰু তাৰ পাছত...অধিক

686 1

ধেৎ কেনাই! - (শান্তনু ৰৌমূৰীয়া)

সমীৰ : আকাশ, আৰু কিমান দেৰি ৰ’ব লাগিব অ’? আকাশ : আহি আছো বুলিছে! বাৰে বাৰে সুধি থাকিলে ভাল নালাগে অ’ । উদ্দীপ্ত : ধৈর্য...অধিক

644 0

‘অৰং’- বোলছবিৰে ৰজত কমল বঁটা বিজয়ী পৰিচালক সূৰয দুৱৰাৰ স’তে ‘মুক্ত চিন্তা’ৰ হৈ স্নেহাঙ্কৰৰ সাক্ষাৎকাৰ

? সূৰয দা, আৰম্ভণিতে আমাক জনাওক - সৰুতেই চিনেমা বনোৱাৰ সপোন দেখিছিল নে কিদৰে এই লাইনলৈ আহিল? - প্রথমেই ‘মুক্ত চিন্তা’ক ধন্যবাদ জনাইছো, মোৰ মনৰ...অধিক

541 0

চিনেমাৰ শৈল্পিক ভ্ৰমণত নিৰ্দেশকৰ ভূমিকা - (অমৰদীপ গগৈ)

অসমীয়া চিনেমাৰ ক্ষেত্ৰত সততে উঠা এটা অভিযোগ হ'ল, চিনেমাবোৰ লেহেমীয়া আৰু কাৰিকৰী ক্ষেত্ৰত অত্যন্ত দুৰ্বল। একাশী বছৰীয়া অসমীয়া চিনেমাৰ যাত্ৰাপথত এই অভিযোগ বহু পৰিমাণে সত্য।...অধিক

538 1

অতিথি চ’ৰাৰ সম্পাদকৰ সম্পাদকীয় - (সৃষ্টি শ্রেয়ম )

এক : একাশী সভ্য পৃথিৱীখনত চলচ্চিত্র বা চিনেমা হৈছে আচলতে এটা জাতিৰ ‘ষ্টেটাছ চিম্বল’। চিনেমাৰ শব্দ-চিত্র-সঙ্গীত-কেওবিধ কলাৰূপৰ স’তে টেকন’ল’জিৰ প্রায়োগিক মাপে নির্ণয় কৰে আমি পৃথিৱীখনৰ...অধিক

972 0

চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - (উৎপল দত্ত)

. এক . ৰাতিপুৱাটোৱেই দিনটোৰ ইংগিত বহন কৰি আনে৷ অসমীয়া ছবিৰ প্ৰথমটো ৰাতিপুৱাও আছিল অতি উজ্জ্বল৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই...অধিক

1182 0

মন্থন সমালোচনাৰ প্রসঙ্গ : ভবেন্দ্র নাথ শইকীয়াৰ চলচ্চিত্র - (ভাস্কৰ ঠাকুৰীয়া)

বর্তমান অসমীয়াৰ জনমানসত ভবেন্দ্র নাথ শইকীয়াৰ উপস্থিতি বহুতৰপীয়া হোৱা বাবে অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আলোচনা হ’লে তেওঁৰ অৱদানৰ কথা কিছু পিছতহে আলোচিত হয়। তেওঁৰ চলচ্চিত্ৰ জীৱন...অধিক

494 0