সম্পাদকীয়

অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (চতুৰ্থ সংখ্যা)

অতিথি সম্পাদকৰ কলম-(ভাৰ্গৱ বৰঠাকুৰ)

প্ৰাচীন কালত বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া আছিল ৷ জ্ঞান-বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বেবিলন, মিছৰ, চীন আদি ঠাইসমূহৰ দৰে ভাৰতৰো আছে

Read More
অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (তৃতীয় সংখ্যা)

অতিথি সম্পাদকৰ কলম – পংকজ জ্যোতি মহন্ত

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন

Read More
অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

অসংগঠিতখণ্ডৰ শ্ৰমিকৰ ৰূপত কৃষক:এক সামাজিক দুৰ্যোগ (পূজা নিৰালা)

বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থা, কাৰণ বৰপেটাত কৃষকে নহৰু বিক্ৰী কৰিব লগীয়া হৈছে  ৫ টকা কেজি দৰত। আনফালে গুৱাহাটী বা

Read More
সম্পাদকীয়

সম্পাদকৰ টোকা : মতাদৰ্শ আৰু মূৰ্তি ; সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (কৌশিক দাস)

মতাদৰ্শ আৰু মূৰ্তি ত্রিপুৰাৰ বিগত (২০১৮ চনৰ) বিধানসভাৰ নিৰ্বাচনত বাঁওপন্থী দল পৰাজিত হ’ল। তাৰ পাছতেই ৰাজ্যখনত কিছু মানুহে লেনিনৰ মূৰ্তি

Read More
সম্পাদকীয়

সম্পাদকৰ টোকা : ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ (কৌশিক দাস)

ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ আধুনিক যুগত ধৰ্মৰ ভিত্তিত এখন কল্যাণকামী, মংগলময় আৰু প্রগতিশীল ৰাষ্ট্র নিৰ্মাণ কৰাটো সম্ভৱ নহয়। তাৰ

Read More
সম্পাদকীয়

সম্পাদকৰ টোকা : স্বাধীনতাৰ কল্পনা আৰু যুক্তি (কৌশিক দাস)

১. ২০১৭ চনৰ আৰম্ভণিতে দেশ-বিদেশৰ বহুতো সংবাদপত্রত এটা অগতানুগতিক বাতৰিয়ে গুৰুত্বসহকাৰে স্থান লাভ কৰিছিল। ছপা-মাধ্যমৰ উপৰিও উক্ত বাতৰিটো কিছুদিনলৈ হৈ

Read More
সম্পাদকীয়

সম্পাদকৰ টোকা : কাৰাগাৰহীন পৃথিৱীৰ সপোন -(কৌশিক  দাস)

(১) ব্যাপক হাৰত চাকৰি-পদৰ অৱলুপ্তিৰ কথা কেতিয়াবা বাৰু ভাল খবৰ হ’ব পাৰে নে? সকলোৱে একেমুখেই ক’ব, কেতিয়াও নোৱাৰে ; চাকৰি-পদৰ

Read More
অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)দ্বিতীয় বছৰ

অতিথি চ’ৰাৰ সম্পাদকৰ সম্পাদকীয় – (সৃষ্টি শ্রেয়ম )

এক : একাশী সভ্য পৃথিৱীখনত চলচ্চিত্র বা চিনেমা হৈছে আচলতে এটা জাতিৰ ‘ষ্টেটাছ চিম্বল’। চিনেমাৰ শব্দ-চিত্র-সঙ্গীত-কেওবিধ কলাৰূপৰ স’তে টেকন’ল’জিৰ প্রায়োগিক

Read More