চে গুৱেভাৰা

অনুবাদকবিতা

ফিডেলৰ বাবে এটা গান- (মূলঃ আৰ্নেষ্ট’ চে গুৱেভাৰা অনুঃ বিতোপন গগৈ)

তুমি কৈছিলাসূৰ্য এদিন উদয় হ’বআহা আমি আগবাঢ়োমানচিত্ৰত নথকা সেই পথেৰেসেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈযাক তুমি ভালপোৱা আহা আমি আগবাঢ়োসকলো উপলুঙা

Read More
অনুবাদপ্ৰবন্ধ

“মটৰচাইকেল ডায়েৰি” মূল দ্য মটৰচাইকেল ডায়েৰিজ (৩য় খণ্ড) – (মূল : চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) – আৰহান ইনামূল)

…..PARENTESIS AMOROSO ……প্ৰেমৰোগীৰ বিৰতি মিৰামাৰ’ত পাৰ কৰা সেই দিনকেইটা স্মৰণ কৰাই এই ডায়েৰিখনৰ মূল উদ্দেশ্য নহয়, য’ত “কামবেক”য়ে এটা নতুন

Read More