গল্প-কবিতা

গল্প-কবিতা

কোলাহল (উপাসনা বৰদলৈ)

গ্ৰীষ্মত শীতৰ অপেক্ষাশীতত বসন্তৰএকাঁজলি ৰ’দত গাভৰু হোৱাচোতালৰ মূৰত সুখৰ গোন্ধ। তই দিয়া এৰীচাদৰগাত মেৰিয়াই বাট চাওঁ,ফৰিংফুটা জোনাকতবহিছ’ চাগে সাধুকথাৰ পোহাৰ

Read More
গল্প-কবিতা

এটা ৰঙা বেলি (দীপু গগৈ)

জাৰৰ দিনত জাৰৰ শাসন উমহীন ৰাতি ক্ষীণকায় দেহত হাড়লৈকে বিদ্ৰোহ শীতৰ অবিৰাম শোষণৰ বুকুৰ জুইৰ প্ৰচণ্ড উত্তাপ বিশাল বিষ্ফোৰণ লেলিহান

Read More
গল্প-কবিতা

মৌ-আলাপ (প্ৰিয়ংকা দাস)

আটোলটোল এবাহ মৌত বিয়পিছে বনৰীয়া ফুল। ডৰিকণা চকু জলক তলক পানীপতাত জলমণি ভৰপক স্বসন্মোহত জুবুৰিয়াই থোৱা জুইকুৰাই বুকুফালি দৌৰিলে। কোনপিনে?

Read More
গল্প-কবিতা

আধিপত্যবাদ (অৰুণ কুমাৰ শৰ্মা)

যুগে যুগে মানুহে আশা কৰাৰ দৰে আজিও ভাবিছিল এমুঠি জোনৰ আবীৰ সানি মন্ত্ৰমুগ্ধ হৰিণীৰ দৰে নিৰ্ভয়ে উশাহ টানি পান কৰিব

Read More
গল্প-কবিতা

অপেক্ষা-(অনামিকা শৰ্মা)

এজাক দোপালপিটা বৰষুণত তিতিবলৈ বৰকৈ হেঁপাহ জাগিছে‌। পোৰা আলকেটেৰাৰ চিটিকনিত শৰীৰত জোলা বান্ধিছে, বিৰিখৰ ছাঁত আৰু শীতল নহয় দেহা তাত

Read More
গল্প-কবিতা

মাটিবৰণীয়া ঘোঁৰা (দেৱযানী বৰা)

টেবুলখনৰ ওপৰত অশৃংখলাবদ্ধকৈ থকা কিতাপবোৰৰ জাপটোৰ মাজৰ পৰা আধাখনীয়াকৈ এখন কাগজ ওলাই আছে। কাষত ফুলৰ ডিজাইন অংকিত মেট পেপাৰেৰে নিৰ্মিত

Read More
গল্প-কবিতা

ওলোমা মানুহ-(পিংকু কলিতা)

খহি পৰা আকাশখনক গছৰ ঠাল-ঠেঙুলিবোৰে ধৰি ৰাখিছে। ডোখৰা-ডোখৰ শুকুলা মেঘৰ টুকুৰাবোৰে যেন গছৰ ডালবোৰৰ মাজেৰে সোলকি আহি চুই যাবহি মাখনক।

Read More