অসমীয়া জাতিসত্তা

অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

অসমত বৌদ্ধ ধৰ্মাৱলম্বী টাই গোষ্ঠী আৰু অসমীয়া সাহিত্য-(পেইম থি গোহাঁই)

প্ৰস্তাৱনা: বৰ্তমান অসমত বসবাস কৰা ছটা টাইমূলীয় জনগোষ্ঠীৰ ভিতৰত পাচঁটাই বৌদ্ধ ধৰ্মাৱলম্বী।সেই পাচঁটা হ’ল টাই খামতি,টাই ফাকে,টাই খাময়াংটাই তুৰুং আৰু

Read More
কেন্দ্ৰীয় নিবন্ধ

বিহু হওক জাতি গঠনৰ মঞ্চ-(টুনুজ্যোতি গগৈ)

বৰ্তমান সুধীসমাজে ক’বলৈ ধৰিছে যে শেহতীয়াকৈ অসমত সবল ৰূপত আত্মপ্ৰকাশ কৰা হিন্দুত্ববাদ বা ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিবলৈ হ’লে শংকৰদেৱৰ জীৱনাদৰ্শক আদৰি

Read More
কেন্দ্ৰীয় নিবন্ধ

ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)

ধোদৰ বাকৰিত বিহু বুলি কোনোবাই যদি কয় আমি আৱেগিক অসমীয়াই কিজানি জকজকাই উঠিম। তাৰ অৰ্থ হ’ল অসমীয়াই নিজকে ধোদ বুলিব

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় সংখ্যা (প্ৰথম বছৰ)

অসমীয়া জাতিসত্তা নিৰ্মাণত ভক্তিধৰ্মৰ ছাঁ

ড০ মিলন নেওগ অসমৰ সমাজজীৱনত বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱ কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়, বৰং ধৰ্মীয় সংস্কাৰৰ মাজেদি এই ভক্তিধৰ্মই

Read More