বজৰংগী ভাইজান

নিবন্ধশিল্প-কলা-সংস্কৃতি

বজৰংগী ভাইজান : ‘জয় বজৰংগ বলী, তোড় দে দুশ্মন কি নলী’ …

সুউচ্চ দেৱালস্বৰূপ বৰফাবৃত এটি ঢকঢকীয়া বগা পৰ্বত আৰু ঠিক তাৰ পাছৰ দৃশ্যত ৰৌদ্ৰোজ্জ্বল প্ৰভাতী সূৰ্য। ‘বজৰংগী ভাইজান’ৰ এয়াই আৰম্ভণি দৃশ্য।

Read More