লঘু-গুৰু

সময়ৰ অগল্প !-(মনোজ কুমাৰ মহন্ত)

সৰুৰেপৰা মোৰ ইংৰাজী বিষয়টোৰ প্ৰতি আছিল এক অহেতুক ভয়৷ পিছলৈ সেইটোৱেই মোৰ মনত গজগজীয়াকৈ বহি ল’লে৷ স্কুল-কলেজৰ পৰীক্ষাবোৰত বিষয়টোত পাছ কৰাৰ জোখতকৈ বেছি নম্বৰ গোটাইছিলোঁ...অধিক

234 0

লিমাৰিক - (বসন্ত কুমাৰ বৰা)

(১) লিমাৰিক লিখে তেওঁ, নিৰ্মালী চুতীয়া, ডাকঘৰ ধলপুৰ, গাঁও যোৰহটীয়া, পঠিয়ালে কাকতত ছপা হ’ল ফটাফট সুধি ফুৰে, একাডেমি বঁটা পাব কেতিয়া । (২) তীৰ্থলে’ গ’ল...অধিক

272 0

ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰ - (কৌশিক দাস)

এই সৰু নগৰখনলৈ বদলি হৈ অহা দুমাহো হোৱা নাই। দুটা কোঠাৰ সৰু ভাড়াঘৰ এটাত কোনোমতে মূৰ সুমুৱাইছোঁ। ৰিকিৰ বছৰেকীয়া পৰীক্ষাৰ পাছতহে পৰিয়াল ইয়ালৈ অনাৰ কথাটো...অধিক

199 0

লিটিকনৰ সাধু - (অংশুমান শৰ্মা)

এসময়ত ভৰতপুৰ নামেৰে এখন সৰু ৰাজ্য আছিল। ভৰতপুৰৰ ৰজা নৰেন্দ্ৰ প্ৰতাপৰ নাম নুশুনা মানুহ সেই সময়ত ভু-ভাৰস্তত নাছিল বুলিবই পাৰি। তেওঁৰ শৌৰ্যৰ কথাৰে আন সকলো...অধিক

416 0

ৰামলীলা - (সমুদ্ৰ কাজল শইকীয়া)

ত্ৰিছ বছৰৰো অধিক কাল হ’ল। বিষম দেশত একেৰাহে সফলতাৰে ৰামলীলা উদযাপন হৈ আহিছে। ঢং সমিতি, অং সমিতি আৰু খং সমিতি নামৰ তিনিখন সমিতিয়ে সময়ে সময়ে...অধিক

365 0

লিমাৰিক - (ড° বসন্ত কুমাৰ বৰা)

(১) নিচা তেওঁৰ ৰাজনীতি, পেছা অধ্যাপনা, পাৰিলে এম এল এ - মন্ত্ৰী হোৱাৰো বাসনা, দলীয় মিটিং গায় ক্লাছৰ সময় নাই এটেণ্ডেন্স মেনেজ কৰে, আছে চিনা-জনা...অধিক

392 0