কেন্দ্ৰীয় নিবন্ধ

অনুপ্ৰৱেশ, অসমৰ জাতীয় প্ৰশ্ন আৰু ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতা - (ইন্দ্ৰজিৎ বৰা)

  আধুনিক ৰাষ্ট্ৰ গঠনৰ লগে লগে মানৱ সমাজৰ মনস্তাত্ত্বিক জগতখনত - ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম, জাতীয়তাবোধ আদি - অত্যাধুনিক সাংস্কৃতিক সংজ্ঞাৰ সমলীয়া বিভিন্ন ৰাজনৈতিক সংহতিৰ...অধিক

730 0

শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে - (জিতেন বেজবৰুৱা)

  কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে 'তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়' - এনেকুৱা গান এটা গাই ইউটিউবত আপল'ড কৰি দিলে৷...অধিক

502 0

ঈশ্বৰ বিশ্বাস সম্পৰ্কে দুআষাৰ - (মানস প্ৰতীম কলিতা)

  বিশ্বাস : বিশ্বাস বৰ সাধাৰণ, নিমাখিত _ কিন্তু বহু ক্ষেত্ৰত গণ্ডগোল লগাব পৰা উপাদানেৰে সংপৃক্ত এটা অনুভূতি। পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ বিশ্বাস, পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি...অধিক

818 0

চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ)

যোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত অবাঞ্ছিত ঘটনাই সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পেলাই থৈ গৈছে। নিখিল ভাৰত বাঙালী উদ্বাস্তু...অধিক

410 0

যৌন-অপসাহিত্য সম্পৰ্কে যৎকিঞ্চিৎ - (প্রসেনজিৎ চৌধুৰী)

  [সম্পাদকৰ টোকা : প্রসেনজিৎ চৌধুৰীদেৱৰ এই প্রবন্ধটো প্রথমে প্রকাশ হৈছিল ১৯৮৭ চনত, বিহু সংখ্যাৰ “অসম বাণী”ত। পাছলৈ, তেখেতৰ এখন যুক্তিবাদী প্রবন্ধৰ সংকলন “নিষিদ্ধ প্রসংগ”ত...অধিক

1252 0

কোন বাটে অসমীয়া গান? - (বৰ্ণালী বৰুৱা দাস)

লঘু সংগীত বা জনপ্ৰিয় গীতৰ দ্বাৰা এখন সমাজ বা এটা জাতিক যি কোনো যুগ মুহূৰ্তত যিমান ভালকৈ চিনিব পাৰি আন একো শিল্পৰূপেৰেই তেনেকৈ চিনিব নোৱাৰি‌।...অধিক

917 0

মান্টোৰ দহখন চিঠি - (কাশ্যপ চৌধুৰী)

  ক'ত পঢ়িছিলো সঠিককৈ মনত নাই৷ যি সাহিত্যই এবাৰ পঢ়িলেই হৃদয়ত ঠাই লয়, সেয়াই ভাল সাহিত্য‌। চাৰি বছৰমান আগৰ কথা, অধ্যয়ন সূত্ৰে বীৰুবাৰীৰ মেছ এটাত...অধিক

520 0

বেংমৰাৰ বুৰঞ্জী (ছয়)  - (টুনুজ্যোতি গগৈ)

গদাধৰ সিংহই মৃত্যুৰ প্ৰাক্ মুহূৰ্তত পুত্ৰসকলক ৰজা হৈ কোনো ধৰ্মৰ প্ৰতি আসক্ত নহ'বলৈ, কোনো ধৰ্মগুৰুক ৰাজকাৰ্যত নিয়োগ নকৰিবলৈ আৰু ‘পঠালি ফোঁটা'সকলক বিশ্বাস নকৰবিলৈ সকীয়াই গ'লেও...অধিক

692 0