অতিথি সম্পাদকৰ চ’ৰা

এই সংখ্যাৰ অতিথি চ’ৰাৰ সম্পাদক : ত্রিলোচন গগৈ

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা - (শিবাংগী আচাৰ্য)

(‘যুক্তি দিৱস’ উপলক্ষে "মুক্ত চিন্তা"-ই আয়োজন কৰা ৰচনা প্রতিযোগিতাত দ্বিতীয় স্থান প্রাপ্ত প্ৰবন্ধটোৰ মূল ইংৰাজীৰ পৰা কৰা অনুবাদ) “They swallow God without thinking,They swallow country...অধিক

79 0

অতিথি সম্পাদকৰ কলম - (ত্রিলোচন গগৈ)

মানৱমনৰ বিৱৰ্তনত আৰম্ভণিৰে পৰাই যুক্তিৰ বিকাশে তাৎপৰ্যপূৰ্ণভাৱে ক্রিয়া কৰি আহিছে। যুক্তিৰ বিকাশে চিন্তাৰ বিকাশকে প্রতিনিধিত্ৱ কৰে। ইয়েই মানুহৰ মানসিক উত্তৰণৰ মূল দিশ। সাম্প্রতিক সময়তো ব্যৱস্থাগত...অধিক

81 0

যুক্তিৰ নিক্তি আৰু শক্তি - (গৌৰীশংকৰ বৰা)

আধুনিক আৰু সভ্য সমাজ এখনৰ অন্যতম মৰ্মবস্তু হৈছে যুক্তিবাদ। আমাৰ চিন্তন, আচৰণ আৰু সম্পাদনক ‘কাৰণ’ আৰু ‘তথ্য’ৰে বিশ্লেষণ আৰু সংশ্লেষণ কৰা পদ্ধতিটোৱেই হৈছে যুক্তিবাদ। যুক্তিবাদী...অধিক

30 0

বাস্তৱ নে বিভ্ৰম? উচ্চবৰ্ণৰ পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ আহিলা মনুসংহিতা — (ড°ভূপেন্দ্ৰ নাথ গোস্বামী)

লোকানাং তু ৱিবৃদ্ধ্যৰ্থ মুখ বাহুৰুপাদতঃ। ব্ৰাহ্মণং ক্ষত্ৰিয়ং ৱৈশ্যং শূদ্ৰং চ নিৰৱৰ্ত্তয়ৎ॥ (মনুসংহিতা, ৩১) সংসাৰ বৃদ্ধিৰ বাবে মুখৰ পৰা ব্ৰাহ্মণক, বাহুৰ পৰা ক্ষত্ৰিয়ক, উৰুৰ পৰা বৈশ্যক...অধিক

74 0

অন্ধবিশ্বাস আৰু আদিবাসী চাহ জনগোষ্ঠী সমাজ - (ৰঞ্জু কুৰ্মি )

বৰ্তমান আদিবাসী চাহ জনগোষ্ঠীসমাজৰ বিকাশৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়া কেইবাটাও কাৰকৰ ভিতৰত ‘অন্ধবিশ্বাস’ হ’ল এক গুৰুত্বপূৰ্ণ কাৰক। অতীতৰে পৰা আমাৰ সমাজত এই অন্ধবিশ্বাসবোৰ চলি আহিছে।...অধিক

62 0

(গল্প) আন্ধাৰৰ ৰজা-(ৰাজীৱ কুমাৰ দত্ত)

তিনিআলিটোৰ চুকতে চহৰৰ এখন নামজ্বলা মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা পুলকেশ দোলাকাষৰীয়াৰ চালে চকুৰোৱা সুদৃশ্যমান আবাসগৃহ। দোলাকাষৰীয়াৰ দুটি সন্তান আৰু পৰিবাৰৰ সৈতে এখন সুখৰ সংসাৰ। পৰিবাৰো...অধিক

43 0

অন্ধবিশ্বাস আৰু আমি - (পল্লৱী কাঠকটীয়া)

ভাৰতত প্ৰাচীন কালৰে পৰা কেতবোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰচলিত হৈ আছে। বিজ্ঞানৰ বহুল প্রচাৰ প্রসাৰৰ সময়তো জন্তু বলি দিয়া, ডাইনী হত্যা, কুদৃষ্টিৰ বিশ্বাস, চোৱাচিতা কৰা,...অধিক

46 0

ৰাশি - (ৰাচিদা ৰহমান)

সৰু নগৰ এখনৰ উপকণ্ঠৰ সৰু পৰিয়াল এটাৰ কাহিনী এয়া। মালতি যিদিনাই জিতেনৰ সৈতে পলাই গৈছিল, সেইদিনাই আৰম্ভণি হৈছিল এই সৰু কাহিনীটোৰ। পলাই গ’লেও অলপ দিনৰ...অধিক

50 0