পঞ্চম সংখ্যা (প্ৰথম বছৰ)

অতিথি সম্পাদক: সমুদ্র কাজল শইকীয়া

ভেঁকোভাওনা (সাগৰ সৌৰভ)

(১) চাৰিআলি মূৰত চাৰি-পাঁচজনমান মানুহ। শীতমহীয়া কোমল ৰ'দজাকে বৃদ্ধ গছজোপাৰ ডাল-পাতেৰে সৰকি আহি তেওঁলোকক চুই যাব খুজিছে। সেই স্পৰ্শতে প্ৰাণ পাই উঠিছে তেওঁলোকৰ শৰীৰ। মনতো...অধিক

610 0

ৰাজনীতি? (শান্তনু ৰৌমূৰীয়া)

ৰাজনীতি? হেৰ’, ৰাজনীতি ভাতৰ লগত খায় নে কাণতে পিন্ধে আমি হ’লে নাজানো দেই । মাহেকৰ কেৰাচিন তেলটোপা আৰু দুটকীয়া চাউলকেইটা নিয়মীয়াকৈ পালেই হ’ল । দিব...অধিক

769 0

প্ৰাত্যহিকতাৰ দেহবিচাৰ (অতিথি সম্পাদকৰ কলম: সমুদ্ৰ কাজল শইকীয়া)

এইবাৰৰ মুক্ত চিন্তাৰ 'অতিথি সম্পাদকৰ শিতান'ৰ বিষয়বস্তু হিচাপে প্ৰস্তাৱ কৰিছিলোঁ 'দিন প্ৰতিদিনৰ ৰাজনীতি'। দিন-প্ৰতিদিন, প্ৰাত্যহিকতা, দৈনন্দিন আদি বিভিন্ন সমাৰ্থক শব্দ ব্যৱহাৰ কৰিলেও সমসাময়িক চিন্তাধাৰাত 'Everyday...অধিক

829 1

"বৰুৱাৰ কুকুৰ" (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

বৰুৱাহঁতৰ পোহনীয়া কুকুৰ 'ৰকি' এলেহুৱা বিৰাট। ইমানেই এলেহুৱা যে চোৰে ঘৰত সোমালেও হয়তো খুব বেছি এবাৰ ভুকিব, তাৰ পিছত চোৰৰ কাণ্ড-কাৰখানা চাই চাই টোপনি যাব।...অধিক

559 0

মুক্তিৰ সংগ্রাম (অংকুৰ তামুলী ফুকন)

বাতৰিকাকতৰ স্থানান্তৰত দেখিলো, কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি আৰু ড° হীৰেন গোহাঁইৰ মাজত কৃষক মুক্তিৰ সংগ্রামত বুদ্ধিজীৱীৰ ভূমিকা সম্পর্কত বিতর্ক। ড° গোহাঁইৰ মতে সমিতিৰ সংগ্ৰামত...অধিক

753 0

ইটো সিটো বহুতো (সৃষ্টি শ্রেয়ম)

কত ঘটনা ঘটে জীৱনত, দৈনন্দিনতাৰ অজুহাতত তাৰে কতবোৰ অৱহেলিত হৈ থাকি যায়- ক’তনো খবৰ থাকে! কেতিয়াবা অৱহেলাৰ ওৰণিখন টানিয়ে ইহঁত মিলিত হয় আৰু ঐক্যবদ্ধভাৱে  তৈয়াৰ...অধিক

884 0

খাটিখোৱা জনতাৰ ৰাজনৈতিক চেতনা

সৌ সিদিনালৈকে ফেইচবুকৰ প্ৰায়ভাগ বন্ধুৰ প্ৰফাইলত ৰাজনৈতিক দৰ্শনৰ বিপৰীতে ‘আই হেট পলিটিক্স', ‘নট ইণ্টাৰেষ্টেড' জাতীয় বাক্যাংশ লিখা প্ৰত্যক্ষ কৰিছিলো৷ কিন্তু, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰপৰা...অধিক

722 0