তৃতীয় বছৰ

ৰামসেতুৰ বৈজ্ঞানিক ভিত্তি আৰু অন্যান্য প্ৰসংগ-(কৌশিক তালুকদাৰ)

মহাকাব্য ৰামায়ণত উল্লেখ থকা মতে ৰাৱণৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যে লংকা (শ্ৰীলংকা)লৈ যাবৰ বাবে প্ৰভু শ্ৰীৰামৰ সেনাবাহিনীয়ে (বান্দৰ সেনা) তামিলনাডুৰ ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ...অধিক

81 0

ৰয়েল ছ’চাইটিৰ বৰ্তমানৰ সভাপতিজন আৰু ভাৰতবৰ্ষ-(পংকজ জ্যোতি মহন্ত)

বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ'ল ৰয়েল ছ’চাইটি  (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ...অধিক

54 0

অতিথি সম্পাদকৰ কলম-(ভাৰ্গৱ বৰঠাকুৰ)

প্ৰাচীন কালত বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া আছিল ৷ জ্ঞান-বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বেবিলন, মিছৰ, চীন আদি ঠাইসমূহৰ দৰে ভাৰতৰো আছে এটা সোণালী ইতিহাস ৷ প্ৰত্যক্ষ...অধিক

53 0

প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা আৰু বৰ্তমানৰ পৃথক ব্যাখ্যা-(নলীন বৰঠাকুৰ)

প্ৰাচীন ভাৰতবৰ্ষত সেই সময়ৰ তুলনাত, বিজ্ঞান চৰ্চা যথেষ্ট উন্নত আছিল বুলি জনা যায়। আদিস্থান মেছোপটেমিয়াৰপৰা পশ্চিমলৈ যোৱা দলটোৱে প্ৰাচীন গ্ৰীছত আৰু পূব দিশলৈ অহা দলটোৱে...অধিক

75 0

প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চা বনাম অতিকথা-(ৰঞ্জিত ভূঞা)

প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চাৰ গৌৰৱময় ইতিহাস আমাৰ বাবে একে সময়তে গৌৰৱ,বিস্ময় আৰু প্ৰেৰণা। সেই সময়ছোৱাত, ইমান প্ৰাচীন কালত আমাৰ জ্ঞান-বিজ্ঞানৰ সাধকসকলে যিধৰণৰ চিন্তা-চৰ্চা কৰিছিল, সেই...অধিক

40 0

প্ৰাচীন ভাৰতত গণিত বিজ্ঞান চৰ্চা-(গৌতম শৰ্মা)

         সাধাৰণ অৰ্থত পৰিমাণ, গঠন, পৰিৱৰ্তন আৰু স্থান বিষয়ক অধ্যয়ন বা গৱেষণাকে গণিত বোলা হয়। বিধিগত দৃষ্টিকোণে কয়, গণিত হৈছে এক যুক্তিবিজ্ঞান...অধিক

64 0

অতিথি সম্পাদকৰ কলম - পংকজ জ্যোতি মহন্ত

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন হ'ল "লুচি মই আহিছোঁ", যিখন...অধিক

318 0

জনস্বাস্থ্য আৰু বিজ্ঞান - (জেহেৰুল ইছলাম)

আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত শতকৰ পিছত শতক গৰকি অহা "অৰ্থদস্ক" পদ্ধতিৰ ব্যৱহাৰ এতিয়াও সমাজত প্ৰচলিত হৈ আছে। যিবোৰ পদ্ধতিৰ প্রচলনে অকল দুই এটা পৰিয়ালত...অধিক

229 0