তৃতীয় বছৰ

প্ৰসংগ সংখ্যালঘু : এক আত্মসমালোচনা (আব্দুল মালেক আহমেদ)

'শিক্ষাই জাতীৰ মেৰুদণ্ড' এই কথাষাৰ আজিৰ নহয়, বহু পুৰণি, তথাপিও প্ৰাসংগিক। আমি পদে-পদে যদি কথাষাৰ ফঁহিয়াই চাওঁ‌ তেনেহলে দেখা যাব যে অসমৰ চৰ-চাপৰি তথা অন্যান্য...অধিক

276 0

চৰ-চাপৰিৰ মুছলমানৰ ৰাজনীতি আৰু মুছলমানকেন্দ্ৰিক ৰাজনীতি (ওমৰ আলী চৌধুৰী)

অসমৰ মুছলমানসকলৰ বিশেষকৈ চৰ-চাপৰি অঞ্চলত বসবাস কৰা মিঞা মুছলমানসকল কংগ্ৰেছ দলৰ ভোট বেংক বুলি এক বদনাম আছে। কথাটো একেবাৰে মিছাও নহয়। কিয়নো ১৯৮৫ চনলৈকে মুছলমানসকলে...অধিক

253 0

চৰ-চাপৰিৰ এক চমু ইতিহাস (ড° হাফিজ আহমেদ)

এক দীৰ্ঘকাল ধৰি চৰ-চাপৰিবাসী মুছলমানসকলক বাংলাদেশী বুলি এচামলোকে নানাধৰণে তুচ্ছ তাচ্ছিল্য কৰি থকা দেখা গৈছে। অৱস্থাটো এনে এক পৰ্যায় পাইছেগৈ যে অপপ্ৰচাৰৰ ফলত এচাম নিৰীহলোকেও...অধিক

407 1

চৰ ভ্ৰমণ : এটি অনুভৱ (অমিতাভ ৰঞ্জন কানু)

(এক) হঠাৎ পাহৰি যোৱা মুখবোৰৰ চকুকেইটা উজ্বল হৈ উঠিল৷ ইয়াৰ আগতেও কেতিয়াবা কেতিয়াবা চকুকেইটাই স্মৃতিত ভিৰ নকৰা নহয়৷ ইয়াৰ আগতেও মুখকেইখন স্মৃতিৰ মানসপটত ভাঁহি ভাঁহি...অধিক

382 0

অসমৰ চৰাঞ্চলৰ পৰা লক্ষ্নৌলৈ: ‘কুড়াৱালা’সকলৰ কথাৰে (ডঃ ৰোলি মিশ্র, পাৰভিন চুলতানা)

“মন মিলে মনেৰ মানুষ মিলে না”– লক্ষ্ণৌৰ এটা বস্তিৰ ওচৰেৰে যাওঁতে হাৰমোনিয়ামত বজোৱা এই গীতটো আহি কাণত পৰিল। গীতটো ভাঁহি অহাৰ পিনে গৈ চাওঁ যে...অধিক

221 0