শীত গল্প-কবিতা 02/03/2016 ‘মুক্ত চিন্তা’ৰ কৰ্মদল ক’তেনো হেৰাল ভৰপূৰ আঘোণীয়া পথাৰৰ ৰাংঢালী উলাহ দাই নিয়া পথাৰত কেউফালে এতিয়া উদং বিষাদ । মন পথাৰত অভিমানী যাতনাৰ টোপাল গলে শুকান নৰানিত টোপ টোপ নিয়ৰৰ লোতক সৰে পথৰুৱা কুঁৱলীৰে ফেৰ মাৰি বুকুত বিষাদৰ ঘনত্ব বাঢ়ে । চিৰঞ্জিত দত্ত TwitterFacebookLinkedInTumblrPinterest
No Comments : "শীত"