প্ৰথম বছৰ

ইটো সিটো বহুতো (সৃষ্টি শ্রেয়ম)

কত ঘটনা ঘটে জীৱনত, দৈনন্দিনতাৰ অজুহাতত তাৰে কতবোৰ অৱহেলিত হৈ থাকি যায়- ক’তনো খবৰ থাকে! কেতিয়াবা অৱহেলাৰ ওৰণিখন টানিয়ে ইহঁত মিলিত হয় আৰু ঐক্যবদ্ধভাৱে  তৈয়াৰ...অধিক

77 0

খাটিখোৱা জনতাৰ ৰাজনৈতিক চেতনা

সৌ সিদিনালৈকে ফেইচবুকৰ প্ৰায়ভাগ বন্ধুৰ প্ৰফাইলত ৰাজনৈতিক দৰ্শনৰ বিপৰীতে ‘আই হেট পলিটিক্স', ‘নট ইণ্টাৰেষ্টেড' জাতীয় বাক্যাংশ লিখা প্ৰত্যক্ষ কৰিছিলো৷ কিন্তু, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰপৰা...অধিক

87 0

অতিথি শিতানৰ সম্পাদকৰ একলম : চতুৰ্থ সংখ্যা

গংগা মোৰ মা পদ্দাও মোৰ মা ৰাজনৈতিক সীমাৰ শক্তি কিমান? শাসনৰ সুবিধাৰ বাবে মাটিৰ ওপৰেৰে কল্পনা কৰি লোৱা “সীমা” বোলা একো একোডাল ৰেখা মানুহৰ আৱেগ-অনুভূতি...অধিক

829 0

নীল নদীৰ পাৰত ফাল্লাহীন, জন আৰু ৰংমনৰ বিননি

এটুকুৰা ভূমিকা: ১৯৩৯ চনত ‘অগ্নিযুগৰ ফিৰিঙতি’ৰপৰা আশী-পঁচাশী চনমানলৈকে ভূপেন হাজৰিকাৰ গীতৰ এক সোণালী সময় বুলিব পাৰি‌। এই কালছোৱাত ৰচিত একো একোটা গানক লৈয়েই আচলতে গবেষণা...অধিক

984 0

জাতি, মাটি আৰু মুক্তিচেতনা : জাতীয় সংগ্ৰাম আৰু শ্ৰেণী সংগ্ৰাম

মই জাতীয়তাবাদী । অসমক ভাল পাওঁ যেনেকৈ মোৰ আইক মই ভাল পাওঁ । মোৰ জাতীয়তাবাদ হ’ল ঔপনিবেশিক শক্তিৰ হাতত নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ ৷ বিশ্বৰ সকলো...অধিক

1360 0

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিন্দুত সিন্ধু বিচাৰি : এক চমু আলোকপাত

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে কিবা এষাৰ লিখিবলৈ লওঁতেই এটা পুৰণি ক্ষোভ পুনৰ উজাই আহিছে। এই ক্ষোভটো হ’ল - অসমত আধুনিক অসমীয়া গীতি-সাহিত্যৰ যি বিস্তৃত...অধিক

1286 0

‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ সন্ধানত

মই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ,  অটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ল'লোঁ;  মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগ'লে কঢ়িয়ালোঁ,  গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ৷ তাজিকিস্তানৰ দুশ্বম্বে চহৰত গালিবৰ...অধিক

812 0