প্ৰথম বছৰ

অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

জন-দৰদী শিল্পী ভূপেন হাজৰিকা

(১) প্রিয়জনৰ মৃত্যুৱে মানুহক আৱেগিক কৰি তোলে, ইয়েই স্বাভাৱিক। এই অকৃত্রিম আৱেগে কোনো বাধা নামানে। জন-দৰদী শিল্পী ভূপেন হাজৰিকাৰ মৃত্যুৰ

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা

পৰিয়ালৰ একাকিত্বৰ পিছতেই মানুহ সামাজিক পৰিবেশৰ মাজলৈ সোমাই আহিবলগা হয় ৷ এজন সুস্থ নাগৰিকে এখন সুস্থ সমাজৰ প্ৰতিনিধিত্ব কৰিব পাৰে

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

বিশ্ববীক্ষা, বিশ্বমানৱতা আৰু বিশ্ব বজাৰ

(বিশিষ্ট সংগীত শিল্পী, প্ৰগতিশীল সাংস্কৃতিক কৰ্মী তথা লেখক লোকনাথ গোস্বামীৰ এই প্ৰবন্ধটি আমি অডিঅ’ ৰূপত সংগ্ৰহ কৰিছিলোঁ। সম্পাদনাৰ অনুমতি তেখেতে

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

ড০ ভূপেন হাজৰিকাৰ বিপ্লৱী গীতৰ প্ৰসংগত বৰ্তমানৰ সমাজ

মই এনে এক সময়ত এই প্ৰবন্ধটো লিখিবলৈ লৈছো যিটো সময়ত মই এক ভয়ংকৰ ফেচিবাদী আক্ৰমণৰ মুখামুখি হৈছো‌। মোৰ নিজৰ ছাত্ৰই

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

ভূপেন হাজৰিকাক নতুনকৈ আৱিষ্কাৰ কৰাৰ অৰ্থ

মানুহে নৃগোষ্ঠীয় চিন্তা-চেতনা পাহৰিব নোৱাৰে৷ আৰু বিশ্ব ইতিহাসৰ যি পৰিক্ৰমা, তালৈ লক্ষ্য কৰিলে এইটোও দেখা যায় যে শোষণ-নিপীড়নৰ প্ৰসংগই হওক,

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

নৱেম্বৰ, ২০১১

কোনে এতিয়া কান্দিছে কোনে এতিয়া উচুপি উচুপি কান্দিছে কাৰ বুকু এতিয়া মহাশূন্য এটা জাতিয়ে এতিয়া কান্দিছে এটা জাতিয়ে এতিয়া উচুপি

Read More
অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (প্ৰথম বছৰ)

অতিথি শিতানৰ সম্পাদকৰ একলম : তৃতীয় সংখ্যা

মানৱ সভ্যতাৰ বিৱৰ্তনৰ লগে লগে সফলতম সৃষ্টিকৰ্ম সংঘটিত হোৱা অধ্যায়টোৱেই হৈছে সংগীত। কথা, সুৰ, বাদ্য, নৃত্য সমন্বিতে অনেক উপাদানেৰে মহিমামণ্ডিত

Read More