বিবিধ চিন্তা

গণতন্ত্ৰ, নৱ উদাৰবাদী অৰ্থনীতি আৰু পুঁজিবাদ-(দীপ দাস)

বস্তু-জগতত বিৱৰ্তন অনিবার্য। মানৱ-সভ্যতাৰ আৰম্ভণিৰে পৰা বিৱৰ্তন মাজেদি আমি আজিৰ এই সময়ত উপনীত হৈছোঁ। বর্বৰ যুগৰ পৰা সম্ৰাজ্যবাদলৈ, তাৰ পাছত আজিৰ পুঁজিবাদী সমাজ-ব্যৱস্থা এই সকলো...অধিক

235 0

চুনীহঁতৰ সপোন-(অমিতাভ মহন্ত)

(আগকথা- প্ৰথমতেই কৈ থওঁ, এই লেখাটোৰ তথ্যবোৰহে সংগ্ৰহ কৰা৷ বাকী চৰিত্ৰবোৰৰ মাজত হোৱা কথা বাৰ্তাবোৰত কল্পনাৰ ৰহণ সনা হৈছে৷ অফিচৰ কামত প্ৰায়েই কলকতালৈ গৈ থকা...অধিক

129 0

দুটা কৰুণ মৃত্যু আৰু সাম্প্রদায়িকতাৰ ভয়াৱহতা-(পাৰভিন চুলতানা)

গ্রীক ইতিহাসবিদ হিৰোডোটাছৰ মতে শান্তিৰ সময়ত পুত্রই পিতৃৰ কবৰ দিয়ে, যুদ্ধৰ পৰিৱেশত পিতৃয়ে পুত্রৰ কবৰ দিব লগা হয়। নিজ সন্তানৰ মৃত্যুৰ সাক্ষী হ'বলগীয়া মাক-দেউতাকৰ বাবে...অধিক

290 0

ভূপালৰ ভয়ংকৰ গেছ দুৰ্ঘটনা-(ৰাহুল শ্যাম)

প্ৰকৃতিৰ বিধ্বংসী ৰূপৰ ওচৰত মানৱৰ শক্তি অতি নগণ্য। হাজাৰ-বিজাৰ প্ৰাকৃতিক দুৰ্যোগে হয়তো এই কথাকেই প্ৰতিপন্ন কৰি বাৰে বাৰে মানৱৰ ক্ষুদ্ৰ শক্তিক উপলুঙা কৰি আহিছে। তথাপি...অধিক

215 0

অপৰাধ-প্ৰৱণতা আৰু মুছলমান (জেহেৰুল ইছলাম)

অপৰাধপ্ৰৱণতাৰ প্ৰথম শাৰীত মুছলমানসকলক দোষাৰোপ কৰাটো নতুন কথা নহয়। বিভিন্ন সময়ত দেখা যায় যে ইছলাম ধৰ্মীয় কোনোবা এজন লোক অপৰাধত জড়িত বুলি দোষী বুলি প্ৰমাণিত...অধিক

338 1

যোৰহাটত 'যুক্তি দিৱস' উদযাপন (ত্ৰিলোচন গগৈ)

যুক্তিবাদী চিন্তা-চৰ্চা আৰু বিজ্ঞানমনস্কতা প্ৰসাৰৰ প্ৰবাদপুৰুষ জিঅ'ৰ্ডানো ব্ৰুনোৰ স্মৃতিত ‘যুক্তি-বিকাশ সমিতি, অসম’ৰ যোৰহাট শাখা আৰু ‘মুক্ত চিন্তা’ই অসমত প্ৰথমবাৰৰ বাবে যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰি,...অধিক

241 0

ডাৰ্লিং তেৰে লিয়ে (গৌৰীশংকৰ বৰা)

শুনিছানে ডাৰ্লিং আম্বানি পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ডেৰ লাখ টকীয়া কথাটি ক'লেই কামুৰিবলৈ আহে দুই অতন্দ্ৰ ৰখীয়া ডাৰ্লিঙে বুলিলে পাৰিবানে তুমি দিব ডেৰ লাখ টকীয়া...অধিক

186 0

যোৰহাটৰ শামুকভঙা কলনি : এক প্রাৰম্ভিক পৰ্যবেক্ষণ (নন্দ গগৈ)

যোৱাটো বছৰৰ (২০১৭ চন) জুলাই মাহৰ শেষভাগত যোৰহাট নগৰৰ মাজমজিয়াৰ ডি চি বি ৰোডত আমি চাৰিজোপা গছত শামুকভঙা চৰায়ে বাহ সজাৰ দৃশ্য দেখিবলৈ পাইছিলোঁ। চাৰিজোপা...অধিক

105 0