সূচী : প্ৰথম সংখ্যা
সম্পাদকীয় :
সম্পাদকৰ টোকা : বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসংগত- কৌশিক দাস
কেন্দ্ৰীয় নিবন্ধ :
১) যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ – প্ৰসেনজিৎ চৌধুৰী
২) অসমীয়া জাতীয়তাবাদৰ জন্ম আৰু বিকাশ – পৰাগ দাহাল
৩) জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ – ময়ূৰ চেতিয়া
৪) চাহ শ্ৰমিকৰ ওপৰত শোষণৰ অৱসান কেতিয়া? -আশ্ৰাফুল হুছেইন
৫) বস্তুনিষ্ঠ ইতিহাস চৰ্চা – টুনুজ্যোতি গগৈ
৬) মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা – জিতেন বেজবৰুৱা
৭) ‘ফে’চবুক’,‘টুইটাৰ’ৰ দিনতো অন্ধবিশ্বাস – উদ্দীপ তালুকদাৰ
৮) ড০ অনিমা গুহৰ দৃষ্টিৰে ড০ অমলেন্দু গুহ (সাক্ষাৎকাৰ) – আবিদ আজাদ
শিল্প-কলা-সংস্কৃতি :
১) ষড়দ্ৰষ্টা : বিভিন্ন স্থান-কালৰ পৰিপ্ৰেক্ষিতত ছয় প্ৰকাৰৰ দ্ৰষ্টা বা দৰ্শকৰ সংজ্ঞা নিৰূপণৰ প্ৰয়াস – সমুদ্ৰ কাজল শইকীয়া
২) বিখ্যাত চিত্ৰকৰ সতীশ গুজৰালৰ সৈতে বাৰ্তালাপ (সাক্ষাৎকাৰ) –মূল : সুৰুচি, অনুবাদ : আবিদ আজাদ
বিজ্ঞান-প্ৰযুক্তি :
১) বিজ্ঞানমনস্কতাৰ সপক্ষে – গৌৰীশংকৰ ভূঞা
২) কোনবোৰ কথা বিজ্ঞানসন্মত – শান্তনু তামূলী
৩) প্ৰাগৈতিহাসিক যুগত বিজ্ঞানৰ বিকাশ – আৰহান ইনামূল
পৰিবেশ-প্ৰকৃতি :
১) গোদাবৰ্মন মোকৰ্দমা : বন সংৰক্ষণ বিপ্লৱ – কামাল আজাদ
২) অসমৰ সাপ – নৱজিৎ বৰ্মন
অনুবাদ প্ৰবন্ধ :
১) “আস্তিকতা বনাম নাস্তিকতা”ৰ প্ৰত্যুত্তৰত – মূল : অভিজিৎ ৰায়,অনুবাদ : বৰ্ণালী বৰুৱা দাস
২) নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন –মূল : নিবেদিতা মেনন,অনুবাদ : ময়ূৰ চেতিয়া
অনুবাদ গল্প :
একুৰি বছৰ পাছত – মূল : অ’হেনৰি,অনুবাদ : কৌশিক দাস
কবিতা :
১) প্ৰস্তৰ মূৰ্তি – প্ৰীতি শইকীয়া
২) আইনাত,আৰ্তিৰ খুন্দাত -গৌতম প্ৰিয়ম মহন্ত
ক্ৰীড়াংগন :
ক্ৰীড়া আৰু এক সপোন – অমিতাভ মহন্ত
গ্ৰন্থ পৰিচয় :
এইবাৰৰ বুক ছেল্ফত- অবিৰতা নৃত্যাংগনা
লঘু-গুৰু:
১) গৌৰীশংকৰ ভূঞা
২) মধুস্মিতা নেওগ
অতিথি সম্পাদকৰ চ’ৰা :
১) অতিথি সম্পাদকৰ কলম – সুজাতা হাতীবৰুৱা
২) প্ৰবন্ধ :
ক) শিশু শিক্ষাৰ পেকেজ – দেৱকান্ত সন্দিকৈ
খ) কেৱল মানি,হিয়া,নাচৰিনহঁতৰ বাবে – দেৱব্ৰত দাস
গ) শিশুৰ মানসিক বিকাশ আৰু ধৰ্মৰ প্ৰভাৱ – আবু এম পি হোছেইন
ঘ) পপকৰ্ন,ছুইংগাম,ষ্টিকাৰ,চকলেট,চিনেমা,আদিবোৰ – ননি
ঙ) বিধ্বস্ত পৰিয়াল,নিঃস্ব সামাজিক জীৱন আৰু শিক্ষাৰ পোহৰ নোপোৱা এজাক শিশুৰ ভৱিষ্যৎ – প্ৰতীক্ষা দাস
৩) গল্প :
ক) বৰ্ণহীন – বৰ্ণালী বৰুৱা দাস
খ) বকচিচ – সুদৰ্শন বৰবড়া
গ) সন্ন্যাসিনী প্ৰজাপতি – অনুপমা বৰগোহাঁই