অসমীয়া কবিতা

গল্প-কবিতা

হুৰাইদে হুৰাইদে ।। কনকলতা দত্ত

ফাগুনৰ পচোৱাই বাউলী কৰাৰ পাচত তুমি সম্ভাৱনাৰ নতুন কুঁহি বাটে পদূলিয়ে কুলিৰ মাতত আইয়ে এৰি যায় এবুকু বাঁহিসুৰীয়া দুখ, সুতুলিৰ

Read More
গল্প-কবিতা

নীৰৱ কোলাহল ।। মনমিতা শৰ্মা

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা আজি নিস্তব্ধ সমগ্র বিশ্ববাৰুদৰ ধুমুহাই তচ-নচ কৰা বিশ্বলৈআজি নামিছে বৰফমেৰু প্রদেশ যেন আজি প্রসাৰিত।বৰফবোৰ

Read More
গল্প-কবিতা

সংঘৰ্ষৰ স্তৱকবোৰ ।। হাৰকিউলিয়েন বৰ্মন

মুক্ত চিন্তা, ১০ম বছৰ, ৫ম সংখ্যা প্ৰত্যাহ্বান ৰৈ যায় কথাবোৰ …..দীঘল বাটটোৰ কেঁকুৰিতে শেষ হৈ যায় সকলোপৰীক্ষণৰ পৰত তাতেই শেষ

Read More
গল্প-কবিতা

শংকিত ব’হাগ ।। অনামিকা শৰ্মা

মুক্ত চিন্তা, ১০ বৰ্ষ, ৫ম সংখ্যা মৌ মিঠা মাতেৰে বসন্তৰ বাতৰি দিবলৈ বৃক্ষহীন পৃথিৱীত আছেনে জীয়াই শুনিছানে কুলি কেতেকীৰ মাত

Read More
গল্প-কবিতা

সঁচা কথাবোৰ, শংকা আৰু মুক্তি‌।‌। (হাৰকিউলিয়েন বৰ্মন)

সঁচা কথাবোৰ ….. সঁচা কথাবোৰ মনে মনে কিয় কোৱাসত্য কথাবোৰ ….. সঁচা কথাবোৰ কৈ দিয়াকঁপি উঠক আকাশবতাহত উঠক তৰংগনিনাদক মেঘ

Read More
গল্প-কবিতা

শতাব্দীৰ গান‌।‌। বিমল কুমাৰ শৰ্মা

শোণিতৰ সেন্দূৰীয়া আলিয়েচৌপাশ জঁয়াল কৰেৰেডক্লিফ গাঢ় হয়বাৰুদৰ ঘ্ৰাণতচেতনা জাগ্ৰত হয়কাৰাগাৰত আহত সৈনিকৰজিজ্ঞাসাই উন্মাদ কৰে কুৰুক্ষেত্ৰবিপৰ্য্যস্ত বাপুজীৰ শীৰ্ণদেহ নিথৰ হয়,মাতাল অনুৰাগত

Read More
গল্প-কবিতা

মুখা ‌।‌। অপৰাজিতা গগৈ

মুখা এখন পিন্ধি ল’লে জনপ্ৰিয় হ’ব পাৰিলোহাৰ মুখা, ৰূপৰ মুখা, সোণৰ মুখা, হীৰাৰ মুখাবাঁহেৰে চাঁচি-কাটি বাঁহৰ মুখাও সাজি ল’ব পাৰি

Read More