অসমীয়া কবিতা

গল্প-কবিতা

কালান্তৰৰ গদ্য ।। দ্বীপেন শৰ্মা

প্ৰতিদিনেই আৰম্ভ হয় একোটা নতুন বছৰ ভঙা-গঢ়াৰ যুগ-যুগান্তৰ, ইতিহাসৰ নিলিখা আখৰ কলঘৰৰ চকৰিৰ দৰে ঘূৰে মহাকালৰ ঘড়ী ঘাটে ঘাটে দিনলিপি

Read More
গল্প-কবিতা

ভগ্নস্তুপত বুৰ যোৱা নাও ।। বিমল কুমাৰ শৰ্মা

এখনি ভগ্নস্তুপত বুৰ যোৱা নাও।বনজুইৰ লেলিহান শিখাইকক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰঅদম্য বন্যৰাজৰধূসৰ দুচকুৰ বিহ্বল চাৱনিতযেতিয়া স্ফটিকৰদৰে ভাহেআতংকৰ সোণালী দু:স্বপ্ন। ঠিক তেনেকুৱাইএখনি

Read More
গল্প-কবিতা

অস্তিত্ব ।। চুলতান মাহমুদ মিৰ্ধা

মোৰ চৌদিশে ঘিটমিটিয়া এন্ধাৰবৰষুণৰ উত্তাল নাচোনঠেঁটুৱৈ ধৰা সময়আৰু এজাক হায়েনা মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰেহিম চেঁচা আতংকযিকোনো মুহূৰ্ততেস্খলিত হ’ব ভূমিমোৰ ভৰিৰ

Read More
গল্প-কবিতা

চিলিকনৰ কাউৰী ‌।। অশ্বিনী কলিতা

চিলিকন সভ্যতাৰ চিলিকনৰ কাউৰীজাক ভীষণ উৎপতীয়া! আমাৰ আত্মিক সহৃদয়তাত ক্ৰমশঃ হেঙাৰ হৈ থিয় দিয়ে চিলিকনৰ কাউৰী। সিহঁতে জাকি মাৰি উৰি

Read More
গল্প-কবিতা

মানুহক লাগে অগ্নিৰ অধিকাৰ ‌।। অজিত তালুকদাৰ

ৰাতি ভাঙিছে থৰ্‌থৰ্‌কৈ কঁপিছে জাৰ-শোগোনা দেশ, মাটি সময়ে থমকি ৰৈ তোমাকে চাইছে প্ৰমেথিয়ুছ অগনিৰ শিখা হৈ কেতিয়া আহিবা তুমি? উমনি

Read More
গল্প-কবিতা

সাধু ‌।। প্রিয়ংকা দাস

আমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে। মাজে সময়ে ভীষণ ৰ’দ অথবা মিচিক্‌মাচাক্‌ বৰষুণৰ টোপালতো আমি বৰগছৰ তলেৰে আহোঁতে যাওঁতে

Read More