শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)
ধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও
Read Moreধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও
Read Moreনিশাৰ নৈখনতজলকুঁৱৰীৰ উচুপনি, এন্ধাৰৰ সুযোগ লৈউজাই আহিছেশামুকৰ খোলা পিন্ধা বণিক। আমি উদিত সূৰ্যৰ দেশৰতামৰঙী মানুহ,নক’লেও বুজোঁক্ষুধাৰ্ত জেঠীৰ দৰেচোপ লৈ থকাএন্ধাৰৰ
Read Moreচুই চাওঁ আহাঁ পৰস্পৰৰ বুকুকিমান কোলাহল হ’লেঅকলশৰীয়া অনুভৱ হয়অথবা কিমান নিসংগতাতমুখৰ হয় বুকুৰ কোলাহল আহাঁ আমি লুকাই চুৰকৈইজনে সিজনৰ ভিতৰলৈ
Read Moreতোৰ ছাঁতেই জিৰাই মোৰঘৰ্মাক্ত দেহৰ কলিজাৰ স্পন্দনহে বৃক্ষ!হাজাৰ বছৰৰ সাক্ষী তোৰ এই মেট-মৰা দেহাতমানৱতাৰ নিষ্ঠুৰ আঘাত।ক্ষত বিক্ষত শৰীৰত আজিদা, কুঠাৰ,
Read Moreসোঁতত বুকু কাটি উৰি গ’লশিল চৰাই এজাক.ঠোঁটত ফুলিছেৰঙা জবা . নদীৰ আঙুলিবোৰ শংখ তেজত তিতা সূৰ্যৰ ঘোঁৰা .কলহে কলহে হলাহল
Read More(হীৰু দাৰ স্মৃতিত) চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতাখহি পৰিল এক পুৰুষৰ পৰা আনটো পুৰুষলৈ বুলিকান্ধত বৈ ফুৰা মেটমৰা শব্দৰ
Read Moreএটি পথৰুৱা সপোনৰ আঁত ধৰি পালোগৈ এৰাসূঁতিৰ জাৰণিখন; য’ত আছিল এখনি নৈৰ ইতিহাস। নৈ বৈ যায়, নিৰবধি। নিতাল নিশাৰ অৰণ্যখনত
Read Moreসহজলভ্য বজাৰখনত এদিন হঠাতে দাম বাঢ়িল ঈশ্বৰৰ, মানুহবোৰৰ হাঁহাকাৰ লাগিল ধনীবোৰৰ ঈশ্বৰ আছিল স্থায়ী ক্ষয় ক্ষতি নোহোৱা ব্যক্তিগত সম্পত্তি ৷৷
Read More