নৱবৰ্ষৰ শপত ।। অৰুণ কুমাৰ শৰ্মা
প্ৰতিবছৰে ফুলিব খোজা আশাৰ খৰিকাজাঁইক কোন নিধকহঁতে ডিঙি চেপি কৰে হত্যা তাৰ পাই পাই হিচাব আজি ল’বৰ হ’ল। বুজি লোৱা
Read Moreপ্ৰতিবছৰে ফুলিব খোজা আশাৰ খৰিকাজাঁইক কোন নিধকহঁতে ডিঙি চেপি কৰে হত্যা তাৰ পাই পাই হিচাব আজি ল’বৰ হ’ল। বুজি লোৱা
Read Moreপ্ৰতিদিনেই আৰম্ভ হয় একোটা নতুন বছৰ ভঙা-গঢ়াৰ যুগ-যুগান্তৰ, ইতিহাসৰ নিলিখা আখৰ কলঘৰৰ চকৰিৰ দৰে ঘূৰে মহাকালৰ ঘড়ী ঘাটে ঘাটে দিনলিপি
Read Moreগাঁওবোৰ উন্নত হ’ব চহৰৰ পথবোৰ আৰু বহল হ’ব চহৰৰ আহল-বহল পথবোৰ গৈ গাঁৱৰ বাটবোৰত মিলি যাব চহৰ আৰু গাঁওবোৰ এক
Read Moreএখনি ভগ্নস্তুপত বুৰ যোৱা নাও।বনজুইৰ লেলিহান শিখাইকক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰঅদম্য বন্যৰাজৰধূসৰ দুচকুৰ বিহ্বল চাৱনিতযেতিয়া স্ফটিকৰদৰে ভাহেআতংকৰ সোণালী দু:স্বপ্ন। ঠিক তেনেকুৱাইএখনি
Read Moreমোৰ চৌদিশে ঘিটমিটিয়া এন্ধাৰবৰষুণৰ উত্তাল নাচোনঠেঁটুৱৈ ধৰা সময়আৰু এজাক হায়েনা মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰেহিম চেঁচা আতংকযিকোনো মুহূৰ্ততেস্খলিত হ’ব ভূমিমোৰ ভৰিৰ
Read Moreচিলিকন সভ্যতাৰ চিলিকনৰ কাউৰীজাক ভীষণ উৎপতীয়া! আমাৰ আত্মিক সহৃদয়তাত ক্ৰমশঃ হেঙাৰ হৈ থিয় দিয়ে চিলিকনৰ কাউৰী। সিহঁতে জাকি মাৰি উৰি
Read Moreৰাতি ভাঙিছে থৰ্থৰ্কৈ কঁপিছে জাৰ-শোগোনা দেশ, মাটি সময়ে থমকি ৰৈ তোমাকে চাইছে প্ৰমেথিয়ুছ অগনিৰ শিখা হৈ কেতিয়া আহিবা তুমি? উমনি
Read Moreআমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে। মাজে সময়ে ভীষণ ৰ’দ অথবা মিচিক্মাচাক্ বৰষুণৰ টোপালতো আমি বৰগছৰ তলেৰে আহোঁতে যাওঁতে
Read More