অসমীয়া কবিতা

অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা মোৰ আৱেগ

Read More
গল্প-কবিতা

বিচ্ছেদ- (ত্ৰিলোচন গগৈ)

জোনৰ সৈতে কথা পাতি আছিলোঁ।বেজী এটা খুজিছিলোঁ।মোনা এটা চিলাইছিলোঁ। তুমি কৈছিলা। আমি তাত ধন ভৰাম।চালত নতুন টিনপাত লগাম। উৰুখা চালৰ

Read More
গল্প-কবিতা

দুটি কবিতা (অজিত তালুকদাৰ)

দুৰ্গন্ধ     পুখুৰীৰ পানীত উৎকট দুৰ্গন্ধ মৰা মাছৰ দুৰ্গন্ধ বিয়পি পৰিছে প্ৰতিদিনে মৰা মাছ হৈ ওপঙি উঠিছে মানুহ পূণ্যভূমি দেশ

Read More
গল্প-কবিতা

ডেউকাত পোহৰ (কৌশিক দাস)

পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ

Read More
গল্প-কবিতা

শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)

ধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও

Read More
গল্প-কবিতা

এজাক শ্মশানমুখী পক্ষী- (অংকুৰ জ্যোতি বুঢ়াগোহাঁই)

নিশাৰ নৈখনতজলকুঁৱৰীৰ উচুপনি, এন্ধাৰৰ সুযোগ লৈউজাই আহিছেশামুকৰ খোলা পিন্ধা বণিক। আমি উদিত সূৰ্যৰ দেশৰতামৰঙী মানুহ,নক’লেও বুজোঁক্ষুধাৰ্ত জেঠীৰ দৰেচোপ লৈ থকাএন্ধাৰৰ

Read More