গল্প-কবিতা

বিচ্ছেদ- (ত্ৰিলোচন গগৈ)

জোনৰ সৈতে কথা পাতি আছিলোঁ।
বেজী এটা খুজিছিলোঁ।
মোনা এটা চিলাইছিলোঁ।

তুমি কৈছিলা। আমি তাত ধন ভৰাম।
চালত নতুন টিনপাত লগাম।

উৰুখা চালৰ সিপাৰে থকা জোনজনীৰ দুচকু সেমেকি উঠিছিল। ডাৱৰত মিলিছিল। তোমাৰ মুখখন জোন হৈ জিলিকিছিল।

Print Friendly, PDF & Email

4 thoughts on “বিচ্ছেদ- (ত্ৰিলোচন গগৈ)

  • সাংঘাতিক ভাল লাগিল কবিতাটি পঢ়ি

    Reply
    • TRILOSON GOGOI

      ধন্যবাদ জনালোঁ৷

      Reply
  • Kaku Moni Nath

    Khub dhunia lagil sir kobitati

    Reply
    • TRILOSON GOGOI

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *