Author > ‘মুক্ত চিন্তা’ৰ কৰ্মদল

Posts by ‘মুক্ত চিন্তা’ৰ কৰ্মদল

যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ-(ড: কমল কুমাৰ তাঁতী)

সাম্প্রতিক কিছু ঘটনাপ্রবাহে এই কথা প্রমাণিত কৰি আহিছে যে - আমি ‘অসমীয়া’ জাতি হিচাপে আগতকৈ বহুত পৈণত হৈছোঁ, সুসংহত হৈছোঁ; পুৰণি ভুল-ভ্রান্তিৰপৰা আমি শিকিছোঁ আৰু...অধিক

146 0

প্ৰান্তীয় কণ্ঠ ৰূপত  বিকল্প গণ মাধ্যম : এক অৱলোকন-(টুনুজ্যোতি গগৈ)

‘মোৰ মন যায় প্ৰাচীৰে প্ৰাচীৰে কিছু কথা লিখিবলৈ মই যে বেকাৰ পাইছোঁ লেখাৰ স্বাধীনতা...’ ‘ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়’ বুলি কৈ যোৱা বিপ্লৱী কবি সুকান্ত ভট্টাচাৰ্যই...অধিক

183 0

হালধীয়া দেৱদাৰুৰ কবিতা - (কস্তুৰী চুতীয়া)

উচ্চতাৰ শিখৰ হোৱাৰ আগত হিমালয় এদিন সাগৰ আছিল সাগৰখন আছিল কেঁচুৱাসদৃশ মৃতকৰ বিছনাত মৃত্যুৰো মৃত্যু হোৱাৰ দৰে হিমালয়ৰ বেদনাত হেৰাই যোৱা ভোকত ক'ত বিচাৰি পালেহেঁতেন...অধিক

251 1

নীৰেন্দ্রনাথ চক্রবর্তীৰ দুটা কবিতা (অনুবাদ: কৌশিক দাস)

(মূল : "সূর্যাস্তের পর") বেলি ডুব যোৱাৰ পাছত হাঁহিৰ কোবত সিহঁতৰ মুখৰ ছালবোৰ কোঁচ খাই গ'ল, গালৰ মঙহ কঁপিবলৈ ধৰিলে, বাঁও চকু টিপিয়াই, সোঁহাতৰ আঙুলি...অধিক

153 0

অসমৰ প্ৰান্তীয় এলেকা চৰ আৰু ঝাই ফাউণ্ডেচন-(আশ্ৰাফুল হুছেইন)

অসম ৰাজ্যখন জনগাথঁনিৰ দিশত থকা বৈচিত্ৰ্যৰ দৰেই ভৌগোলিকভাৱেও খুবেই বৈচিত্ৰ্যপূৰ্ণ। পাহাৰ-ভৈয়ামৰ উপৰিও অসমত আছে বিস্তৃৰ্ণ চৰ এলেকা। চৰ বুলিলে চাৰিওফালে পানীৰে আগুৰা নৈৰ মাজৰ বা...অধিক

257 0

আলফা - মোহভংগৰ বেদনা-(মনজিতা শইকীয়া)

বিগত কেইবাটাও দশক ধৰি অসমত চলি থকা বিভিন্ন আন্দোলনৰ পৰা অসমীয়া ৰাইজে যথেষ্ট শিক্ষা লৈছে। ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, বিদেশী বিতাড়ন আন্দোলন আদিৰ প্ৰতি প্ৰায়ভাগ...অধিক

193 0

সম্পাদকৰ টোকা :: ভাৰতত ধৰ্মীয় সাম্প্রদায়িকতা : উৎস আৰু ৰাজনৈতিক ব্যৱহাৰ - (কৌশিক দাস)

১. এইটো কথা বিতৰ্কাতীত যে বিগত কেইটিমান দশকৰ পৰা ভাৰতবৰ্ষত ধৰ্মীয় সাম্প্রদায়িকতা আৰু তাৰ সচৰাচৰ সংগী ধৰ্মীয় মৌলবাদৰ উত্থান দিনক দিনে দ্রুততৰ হৈ আহিছে। এই...অধিক

310 1

শিল্পৰ ৰস গ্ৰহণ-(হেমন্ত নাথ)

যোগ সাধনা কৰিব লাগে চকু মুদি, শ্বাস-প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰি, কিন্তু শিল্প সাধনা বেলেগ- চকু মেলি ৰাখিব লাগে, প্ৰাণটোক জাগ্ৰত কৰি ৰাখিব লাগে, মনটোক মুক্ত চৰাইৰ...অধিক

279 0