সম্পাদকীয়

সম্পাদকৰ টোকা : ডিইজি্‌ম : এক পগলা ট্রাক-ড্রাইভাৰৰ কথাৰে- (কৌশিক দাস)

(১) সৰস কথা-কাহিনীৰে ভৰা আড্ডা এটাত এগৰাকী ভগ্নীস্থানীয় বান্ধৱীৰ মুখত সাংঘাতিক গাজাখুৰী কথা এটি শুনিছিলোঁ। গভীৰ নিশা, সন্মুখৰ ৰাস্তা পোন হ’লে, পগলা ট্রাক-ড্রাইভাৰ এজনে হেনো...অধিক

1347 0

সম্পাদকৰ টোকা : বাওঁপন্থা আৰু যুক্তিবাদ (কৌশিক দাস)

(১) আমি আলোচনা কৰিবলৈ লোৱা বিষয়টিৰ সৈতে তেনেকৈ বিশেষ সম্পৰ্ক নথকা ঘটনা এটাৰ কথাৰে নিবন্ধটো আৰম্ভ কৰিছোঁ। ঘটনাটো সংঘটিত হৈছিল ১৯১১ চনৰ ২৫ নৱেম্বৰত, ফ্রান্সৰ...অধিক

1211 0

সম্পাদকৰ টোকা : বিজ্ঞান, যুক্তিবাদ আৰু সৌন্দৰ্যবোধ ‍(কৌশিক দাস)

১. পণ্ডিত জ্যোতিৰ্বিজ্ঞানী এগৰাকীয়ে কোঠা এটাৰ ভিতৰত বক্তৃতা দি আছিল। জটিল জটিল চিত্র, গণিতৰ ফৰ্মুলা, গ্রাফ্‌, হিচাপ-নিকাচ, তথ্য-প্রমাণ এইবোৰে আলোড়িত কৰি তুলিছিল শ্রোতা-দৰ্শকৰ মন আৰু...অধিক

1164 0

সম্পাদকৰ টোকা : পাপ আৰু প্রায়শ্চিত্ত, অপৰাধ আৰু শাস্তি (কৌশিক দাস)

(১) এটি সত্য ঘটনা আৰু এটা চুটি সাধুকথাৰে আলোচনা আৰম্ভ কৰিছোঁ। প্রথমতেই সত্য ঘটনাটোৰ কথা কৈ লোৱা যাওক। জন এডোৱাৰ্ড আছিল এমেৰিকাৰ এগৰাকী ৰাজনৈতিক নেতা।...অধিক

1345 1

সম্পাদকৰ টোকা : বিজ্ঞানীৰ আস্তিকতা, বিজ্ঞানীৰ নাস্তিকতা (কৌশিক দাস)

১. এটা মজাৰ অথচ চিন্তাৰ খোৰাক দিয়া কথাৰে আলোচনা আৰম্ভ কৰোঁ। ১৯৭৯ চনৰ কথা। সেই বছৰ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল তিনিগৰাকী কৃতবিদ্য বিজ্ঞানীয়ে। এগৰাকী...অধিক

1314 0

সম্পাদকৰ টোকা : বিজ্ঞান-শিক্ষা আৰু অন্ধবিশ্বাস (কৌশিক দাস)

(১) তিনিগৰাকী কৃতী মানুহৰ কথাৰে আৰম্ভ কৰিছোঁ। প্ৰথম দুগৰাকী ইংলেণ্ডৰ, আনগৰাকী অসমৰ। ১. এটা সময়ত মহান বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ এখন চিঠি বৰ বিতৰ্কিত হৈ পৰিছিল।...অধিক

1244 0

সম্পাদকৰ টোকা : বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসংগত (‍কৌশিক দাস)

“সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত আক্রমণকাৰীকেইটাৰ আচৰণত আদিম যুগৰ বৰ্বৰতা পৰিলক্ষিত হৈছিল।” “সাম্প্রদায়িক দলটোৱে মধ্যযুগীয় সংকীৰ্ণ মানসিকতাৰে বিধৰ্মীৰ উপাসনাস্থলটো ধ্বংস কৰিলে।” এই দুয়োটা প্রকাশভংগীৰ বাক্য সাধাৰণতেই চকুত...অধিক

947 0