সূচীপত্ৰ (৩য় বছৰ দ্বিতীয় সংখ্যা)

সম্পাদকীয়:
মতাদৰ্শ আৰু মূৰ্তি ; সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ – কৌশিক দাস

কেন্দ্রীয় নিবন্ধ :
সমাজতন্ত্ৰৰ শেহতীয়া ৰূপ আৰু পথ – টুনুজ্যোতি গগৈ
মুছলমান সমাজত অপৰাধপ্ৰৱণতাৰ আঁত ধৰি – ডা: শ্বামিম আহমেদ
জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু প্ৰগতিশীল অসমীয়া জাতীয়তাবাদ – কমল নয়ন মিশ্ৰ

শিল্প কলা সংস্কৃতি :
মুৰেল – অজিত শইকীয়া
পীচ: এখন জাপানী ছবিৰ কথাৰে – নিখিলেশ্বৰ বৰুৱা

বিজ্ঞান-প্রযুক্তি :
চন্দ্ৰ: শক্তিৰ উৎস  – ভাৰ্গৱ বৰঠাকুৰ
ষ্টিফেন হকিং আৰু দুজন অবিস্মৰণীয় সম্পাদক – পংকজ জ্যোতি মহন্ত
ধৰ্ম, বিজ্ঞান আৰু বিজ্ঞানী ষ্টিফেন হকিং- ভবেশ নাথ
যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (চতুৰ্থ অংশ)- পূৰৱী দেৱী

কবিতা:
কবিতা – ৰশ্মিৰেখা বৰা
ঘোলা কণী ঘোলা খেতি – কিশোৰ দাস
অষ্ঠীলা – বিক্ৰম বৰকটকী
নৰকৰ বাবেই – কুলেন দাস
বৈভৱী শৈশব - উইল চিদ্দিকুৰ ৰহমান
নিউটন – সাগৰ সৌৰভ

অনুবাদ :
খ্ৰিষ্টমাছৰ সময়ত – মূল: এন্টন ছেখভ, অনুবাদ: বসন্তকুমাৰ বৰা

গ্ৰন্থ পৰিচয়:
‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : জাতীয়তাবাদৰ নিৰ্মোহ পৰ্যবেক্ষণেৰে সমৃদ্ধ এখন ব্যতিক্ৰম গ্ৰন্থ – কিশোৰ কুমাৰ কলিতা

বিবিধ চিন্তা :‌
যোৰহাটত ‘যুক্তি দিৱস’ উদযাপন – ত্ৰিলোচন গগৈ
অপৰাধপ্ৰৱণতা আৰু মুছলমান – জেহিৰুল ইছলাম
ডাৰ্লিং তেৰে লিয়ে (ব্যংগ) – গৌৰীশংকৰ বৰা
বিজেপিৰ আই টি চেলৰ আঁৰৰ কথা- ধ্ৰুৱজ্যোতি ধনন্তৰি
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ব্ৰজাৱলী ভাষা, ৰাস ঝুমুৰা আৰু অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ সম্পৰ্ক- সঞ্জয় কুমাৰ তাঁতী
যোৰহাটৰ শামুকভঙা কলনি : এক প্রাৰম্ভিক পৰ্যবেক্ষণ- নন্দ গগৈ

বিশ্বা- অবিশ্বাস:
ধৰ্মীয় পুনৰুত্থানবাদীৰ চক্ৰবেহুত বিজ্ঞানী হকিং – কমল নয়ন মিশ্ৰ

অতিথি সম্পাদকৰ শিতান :
অতিথি সম্পাদকৰ কলম: অসংগঠিতখণ্ড শ্ৰমিকৰ ৰূপত কৃষক : এক সামাজিক দুৰ্যোগ– পূজা নিৰালা
ৰাজস্থানত কৃষক সভাৰ আন্দোলনে ৰূপ ল’লে বৃহৎ গণ আন্দোলনৰ – মূল লেখিকা : নেহা মিশ্ৰ, অনুবাদ : ভবেশ নাথ
বিশাল কৃষক সমাবেশে প্ৰেৰণাদায়ক বাৰ্তা কঢ়িয়াই আনিছে – জুনু বৰা
মাৰ্ক্সবাদ, পৰিবেশ, ধাৰণক্ষম কৃষি ইত্যাদি – কমল নয়ন মিশ্ৰ
কৃষক (কবিতা) – কাজী নীল
এক নতুন সেউজ বিপ্লৱৰ স্বপ্ন – টুনুজ্যোতি গগৈ
বিশ্ব বাণিজ্য সংস্থা আৰু কৃষি-ভৰ্তুকী - প্ৰভাত পাটনায়ক

Share Button
Print Friendly, PDF & Email

1 Comment : "সূচীপত্ৰ (৩য় বছৰ দ্বিতীয় সংখ্যা)"

  1. Jagat Bora

    Excellent effort
    আজিৰ দিনত এনে এক প্ৰচেষ্টাৰ খুবেই প্ৰয়োজন আছিল। মানুহ ধৰ্মান্ধ অাৰু অন্ধবিশ্বাসী হৈ পৰিছে। যুক্তিবাদ আৰু বিজ্ঞানচিন্তাক পাহৰি গৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *