গল্প-কবিতা অষ্ঠীলা (বিক্ৰম বৰকটকী) 05/04/2018 ‘মুক্ত চিন্তা’ৰ কৰ্মদল মুক্ত চিন্তা, ৩য় বছৰ, ২য় সংখ্যা সাগৰৰ পানীবোৰ তিতা হৈ গ’লেও তেওঁ, তেওঁ হৈ থাকে মগজুৰে কথা কওঁতে চিয়ঁৰে তুমি বোলা তুৰুপ ! ধামখুমীয়াতো ভৰিলৈকে তেওঁ, তেৱেঁই হৈ থাকে সোণোৱালী চিয়াঁহীৰ কলম এটা হাতত লৈ। Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on WhatsApp (Opens in new window) WhatsApp Share on LinkedIn (Opens in new window) LinkedIn