Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

পিপ'ল্‌ছ ফটোগ্ৰাফি

২০২৪ বৰ্ষৰ এখন শ্ৰেষ্ঠ ছবি ।। অচ্যুৎ মাধৱ দাস

বিশ্বৰ এটা অতি আগশাৰী সন্মানীয় ফটোগ্ৰাফী সংস্থা হ’ল World Press Photo, যিটো সংস্থাই  ১৯৫৫ চনৰ পৰা বিশ্ব-দৰ্শকক আগত ৰাখি ফটোগ্ৰাফিক

Read More
বিবিধ চিন্তা

ভাৰতৰ ন্যায় ব্যৱস্থা আৰু জি এন ছাইবাবা ।। তৰালী শৰ্মা

জি. এন. ছাইবাবা কোন বুলি প্ৰশ্ন কৰিলে একেই আষাৰতে তেওঁৰ পৰিচয় দাঙি ধৰাটো সহজ নহয়। পেছাগতভাৱে চাবলৈ গ’লে তেওঁ এজন

Read More
অনুবাদপ্ৰবন্ধ

মই নিজ চকুৰে দেখিছোঁ নিৰস্ত্ৰ ছাত্ৰ-ছাত্ৰী আৰু জনতাৰ শক্তি ।। মূল: তিতাস ৰায় বৰ্মন, অনুবাদ: কিশোৰ শৰ্মা

(ফাৰ্জানা ৱাহিদ ছায়ানৰ সৈতে তিতাস ৰায় বৰ্মনে লোৱা এই সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল ‘প্ৰতিদিন ৰোববাৰ ইন’ত। উক্ত কাকততসাক্ষ্যৎকাৰটোৰ সম্বন্ধে দিয়া টোকা:

Read More
গল্প-কবিতা

ভগ্নস্তুপত বুৰ যোৱা নাও ।। বিমল কুমাৰ শৰ্মা

এখনি ভগ্নস্তুপত বুৰ যোৱা নাও।বনজুইৰ লেলিহান শিখাইকক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰঅদম্য বন্যৰাজৰধূসৰ দুচকুৰ বিহ্বল চাৱনিতযেতিয়া স্ফটিকৰদৰে ভাহেআতংকৰ সোণালী দু:স্বপ্ন। ঠিক তেনেকুৱাইএখনি

Read More
গান শুনো আহক

সংগীতজ্ঞ ৰাই কুডাৰ আৰু ৰাজনৈতিক চেতনা  ।। ভূমিধৰ তালুকদাৰ

আমেৰিকান সংগীতজ্ঞ ৰাই কুডাৰক আমেৰিকাৰ মূল সুঁতিৰ সংগীতকাৰৰ ভিতৰত ধৰা নহয়। খুব কমেইহে কুডাৰৰ বিষয়ে আলোচনা হয়। কাৰণ কেইবাটাও। ৰাই

Read More
গল্প-কবিতা

‘এনিমোন ক’ৰ’নাৰিয়া’ ।। মণিকংকনা বৰবৰা

(জেইলত এদিনেই বাহিৰত হেজাৰ বছৰ যেন লাগে আচলতে চাৰিমাহ মই সামান্য খাদ্যৰেই বাচি আছোঁ চাৰিমাহ মই কেতিয়াও সুখৰ নিদ্ৰা যোৱা

Read More