সূচীপত্ৰ (একাদশ বছৰ, তৃতীয় সংখ্যা)
- সম্পাদকীয়
গোলকীয় গাঁৱত তথ্যৰ ধুমুহা : আক্ৰান্ত বিজ্ঞানমনস্কতা ।। কৌশিক দাস - কেন্দ্ৰীয় নিৱন্ধ
পণ্ডিতা ৰমাবাঈৰ ‘দ্য হাইকাষ্ট হিন্দু ৱমেন’ ।। ড০ সন্ধ্যা দেৱী
প্ৰথম ভাৰতীয় নাৰী চিকিৎসক কাদম্বিনী গাংগুলী ।। অদিতি বেজবৰুৱা
‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতত ভূপেন হাজৰিকা ।। পৰমানন্দ মজুমদাৰ
কালজয়ী সাহিত্যৰ পাতত প্ৰেম, সিদ্ধান্ত আৰু জীৱন ।। আকাংক্ষা গগৈ
ধৰ্মনিৰপেক্ষ ভাৰত নে ধৰ্মভিত্তিক ভাৰত? ।। ভবেশ নাথ
যুদ্ধ, নাৰীৰ অধিকাৰ আৰু ইৰাণৰ অসমাপ্ত বিপ্লৱ ।। পাৰভিন চুলতানা - শিল্প-কলা-সংস্কৃতি
আৰ্ট গেলেৰী ।। মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য
“এণ্ড টোৱাৰ্ডছ হেপী এলিজ” ইৰাণী চিনেমা প্ৰেমীৰ বাবে উৎকৃষ্ট উপহাৰ ।। প্ৰিয়ম হাজৰিকা
শেহতীয়া অসমীয়া চিনেমা আৰু নাৰী ।। উপাসনা কৃষ্ণাত্ৰেয় - বিজ্ঞান-প্ৰযুক্তি
পাই দিৱসৰ তাৎপৰ্য ।। ড°পৰমানন্দ মহন্ত - গল্প-কবিতা
কৰ্ৰেগুট্টাৰ চিতাবোৰৰ পৰা ওলাই অহা তেজৰঙী জুইকুৰা ।। মণিকংকনা বৰবৰা
শল্য ।। বিতোপন ৰাজবংশী
পাৰ্থিৱ ।। দেৱযানী বৰা
দ্য বাৰ্নিঙ চিটি ।। ৰশ্মিৰীয়া গগৈ
আই তোৰ কথা কোনে ভাবিছে ।। হেমামণি দাস
হেৰোৱা হেপাহৰ ব’হাগ ।। অনামিকা শৰ্মা
পামিৰত গজা ঢেঁকীয়াবোৰ ।। মুনমী দত্ত হাজৰিকা
টি আৰ পি ।। পৰিস্মিতা বৰদলৈ
বেউলাৰ ভেল ।। পিংকু কলিতা
যুদ্ধভূমিত বুদ্ধক বিচাৰি ।। কাকলি নেওগ
বাঁহীৰ সুৰে তোমালৈ ।। অৰুণ কুমাৰ গোস্বামী
হাইকু ।। বসন্ত কুমাৰ বৰা - অনুবাদ
:কবিতা:
পহিলা মেইৰ কবিতা ।। মূল : সুকান্ত ভট্টাচাৰ্য :: অনুবাদ : ৰুমা অধিকাৰী
স্বীকাৰ ।। মূল : সেলিম মণ্ডল :: অনুবাদ : মুনমুন সৰকাৰ
:গ্ৰন্থ:
এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ :: অনুবাদ : অৰুণ কুমাৰ শৰ্মা
চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ।। মূল: বিশ্বনাথ ঘোষ :: অনুবাদ: কল্যাণী কোঁৱৰ - গ্ৰন্থ পৰিচয়
অমৰ্ত্য সেনৰ স্মৃতিকথা ‘পৃথিৱীয়েই মোৰ ঘৰ’ : অৰ্থনীতি, দৰ্শনৰপৰা জীৱনবোধলৈকে এক অনন্য আৰু ব্যতিক্ৰমী দস্তাৱেজ ।। ড॰ চন্দনজ্যোতি চুতীয়া
ডাঃ নীলাক্ষী চলিহা গগৈৰ “নী’’ : এক পৰ্যালোচনা ।। টুনুজ্যোতি গগৈ
বিশ্ববিদ্যালয়ৰ প্ৰাতিষ্ঠানিক সংকটৰ সমাজতাত্ত্বিক বিশ্লেষণ ।। ড০ জিতু বুঢ়াগোহাঁই - বিবিধ চিন্তা
বন্ধ্যাত্বৰ ব্যৱচ্ছেদ ।। প্রসেনজিৎ চৌধুৰী
মে’ দিৱসৰ গানে গানে ।। অচ্যুৎ মাধৱ দাস
সাহসী কণ্ঠ বীৰুবালা ।। অপৰাজিতা চৌধুৰী
নিত্য বৰালৈ শ্ৰদ্ধাঞ্জলিৰে একলম ।। ৰঞ্জিত ভূঞা - English Section
Policing, Violence and Contemporary Students’ Movements ।। Azad

