Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

গল্প-কবিতা

চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা – (খগেশ সেন ডেকা)

(হীৰু দাৰ স্মৃতিত) চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতাখহি পৰিল এক পুৰুষৰ পৰা আনটো পুৰুষলৈ বুলিকান্ধত বৈ ফুৰা মেটমৰা শব্দৰ

Read More
অনুবাদকবিতা

জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে পেডবোৰ বিৰক্তিকৰ – (মূল: অলিভিয়া গে’টউড, অনুবাদ: মুনমুন সৰকাৰ)

পেডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামী চকীত

Read More
বিবিধ চিন্তা

ৰাভা, তুমি জীয়াই আছা ৰঙা হিয়াৰ নিভৃত কোণত – (ৰাজদ্বীপ মহন্ত)

চৌদিশে পুলিচৰ অনুসন্ধান। গাঁৱে-গাঁৱে, ঘৰে-ঘৰে তালাচী। স্বাধীন দেশৰ চৰকাৰে তেওঁৰ মূৰটোৰ বাবদ ঘোষণা কৰিছে ৭৩০ টকাৰ পুৰস্কাৰ। হঠাতে পুলিচৰ ফান্দত

Read More
বিবিধ চিন্তা

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা: ব্যক্তিত্বৰ জিলিঙণি – (ৰঞ্জিত ভূঞা)

(এক) “আপোনালোকে মোক জীৱন শিল্পী বুলি কয়। যদি প্ৰকৃততে মই জীৱন শিল্পী হওঁ সেয়া ভগৱানৰ কৰুণাত নহয়, জনতাৰ সৃজনী শক্তিতহে।

Read More
অনুবাদকবিতা

ফিডেলৰ বাবে এটা গান- (মূলঃ আৰ্নেষ্ট’ চে গুৱেভাৰা অনুঃ বিতোপন গগৈ)

তুমি কৈছিলাসূৰ্য এদিন উদয় হ’বআহা আমি আগবাঢ়োমানচিত্ৰত নথকা সেই পথেৰেসেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈযাক তুমি ভালপোৱা আহা আমি আগবাঢ়োসকলো উপলুঙা

Read More
কেন্দ্ৰীয় নিবন্ধ

মাইক্ৰ’-ফাইনেঞ্চ-(পাৰ্থ প্ৰতীম বৰকটকী)

সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে উপাৰ্জন সৃষ্টিকাৰী কৰ্ম সংস্থাপনত নিয়োজিত হ’বলৈ অথবা পূৰ্বৰ উপাৰ্জন সৃষ্টিকাৰী কৰ্ম প্ৰসাৰিত কৰিবলৈ সুবিধা হোৱাকৈ আৰু

Read More