কনচেণ্ট্ৰেচন কেম্প -(মূল: ৰুদ্র মুহান্মদ শহীদুল্লাহ; ভাষান্তৰ: মুনমুন সৰকাৰ)
তাৰ চকুহাল বান্ধি দিয়া হ’ল।বুটজোতাৰে সোধোৱা প্ৰথমটো গোৰে ৰক্তাক্ত কৰিলে তাৰ মুখ।থেতালি দিয়া ওঁঠজুৰিত লেলাউটি আৰু তেজ মিলি একাকাৰ হ’ল,
Read Moreতাৰ চকুহাল বান্ধি দিয়া হ’ল।বুটজোতাৰে সোধোৱা প্ৰথমটো গোৰে ৰক্তাক্ত কৰিলে তাৰ মুখ।থেতালি দিয়া ওঁঠজুৰিত লেলাউটি আৰু তেজ মিলি একাকাৰ হ’ল,
Read Moreমাতিব কিন্তু নাযাবি সেয়া সমাজ সেইফালে নাযাবি মূৰত যদি পৃথিৱীৰ বোজা ল’ব লাগে ল খোজ দিবলৈ আৰম্ভ কৰাৰ পাছত ৰৈ
Read Moreমই প্ৰাৰম্ভণিতে বুজি উঠিব লাগিছিল, যেতিয়া গ্ৰন্থাগাৰৰ নিৰিবিলি পৰিবেশত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ওপৰত হঠাতে পুলিচে লাঠি চালনা কৰিবলৈ আৰম্ভ
Read Moreপ্ৰতি সোমবাৰে অফিচৰ পৰা ঘৰলৈ ওভতাৰ পথত কালীচৰণৰ দোকানত এপাক সোমাই কিতাপ কিনি নিয়াটো বিপিন চৌধুৰীৰ পুৰণি অভ্যাস। যেন এক
Read More(Pablo Neruda ৰ “The Captain’s Verses” ৰ তৃতীয়টো ভাগ “Lives” ৰ প্ৰথমটো কবিতা The Mountain and The River ৰ অনুবাদ)
Read Moreগল্প বা কাহিনী কোৱাটো এটা খুবেই টান কাম। কমসংখ্যক মানুহেই এইটো পাৰে। মানুহ যেতিয়া ভাষাৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল মোটামুটি
Read Moreতুমি কৈছিলাসূৰ্য এদিন উদয় হ’বআহা আমি আগবাঢ়োমানচিত্ৰত নথকা সেই পথেৰেসেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈযাক তুমি ভালপোৱা আহা আমি আগবাঢ়োসকলো উপলুঙা
Read Moreপেডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামী চকীত
Read More