অনুবাদ

অনুবাদকবিতা

কষ্টিচ্ পাপাক গোছৰ কবিতা (অনুবাদঃ ৰবীন্দ্ৰ সৰকাৰ)

অনুবাদকৰ টোকা:গ্ৰীচৰ এটা বিপ্লৱী পৰিয়ালত কষ্টিচ্ৰ জন্ম ১৯৩৬ চনত। যিখন গাঁৱত তেওঁৰ জন্ম তাৰ নিসর্গ দৃশ্য বতাহ, পোহৰ, গছ-গছনিয়ে তেওঁৰ

Read More
অনুবাদপ্ৰবন্ধ

সকলোবোৰ বেদতে আছে-(মূল: মেঘনাদ সাহা, অনুবাদ: পৰাগ দাহাল)

(অনুবাদকৰ টোকা: আধুনিক প্ৰাকৃতিক বিজ্ঞানচৰ্চাৰ জগতখনত যিসকল ক্ষণজন্মা ব্যক্তিক লৈ ভাৰতে গৌৰৱ কৰে, বৈজ্ঞানিক মেঘনাদ সাহা (১৮৯৩-১৯৫৬) তাৰে এজন; তেওঁৰ

Read More
অনুবাদকবিতা

ৰূপম-(মূল বাংলা: সুবোধ সৰকাৰ; অনুবাদ: ৰূপম দাস)

( সুবোধ সৰকাৰ বাংলা সাহিত্যৰ ২০১৩ চনৰ সাহিত্য অকাডেমী বিজয়ী ) ৰূপমক এটা চাকৰি দিয়ক—এম. এ পাছ, পিতা মৃতপ্রেমিকা আছে

Read More
অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা মোৰ আৱেগ

Read More
অনুবাদকবিতা

ময়েই সেই ছোৱালীজনী (মূল: শুভ দাশগুপ্ত; ভাবানুবাদ: চয়নিকা চাংমাই)

ময়েই সেই ছোৱালীজনীবাছত, ৰেলত, ৰাস্তাত আপুনি যাক সদায় দেখেযাৰ শাৰী, কঁপালৰ ফোঁট, কাণফুলি আৰু ভৰিৰ সৰুগাঁঠিআপুনি সদায় দেখে।আৰুআৰু বহুত কিবাকিবি

Read More
অনুবাদকবিতানিবন্ধ

পাবলো নেৰুডাৰ পাঁচটা কবিতা (অনুবাদ :: অৰুণ কুমাৰ শৰ্মা)

কাব্যকৃতী(Ars poetica) এপিনে ছায়া আনপিনে অনন্ত ব্যাপ্তি,ইফালে গাভৰুৰ জাক সিফালে দুৰ্গৰ প্রহৰীমাজত থিতাপি লোৱা আজৱ হৃদয়আৰু সৰ্বনাশী স্বপ্নবোৰেহঠাৎ ধাৰণ কৰে

Read More
অনুবাদকবিতা

চোৰ-(মূলঃ মঃ আজহাৰ ছিদ্দিকী,অনুঃ বিতোপন গগৈ)

চোৰৰ দুটা প্ৰকাৰ আছেঃসাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। সাধাৰণ চোৰঃআপোনাৰ যিকোনো বয়-বস্তুআপোনাৰ টকাৰ মোনাআপোনাৰ হাতৰ ঘড়ীআপোনাৰ মোবাইলআদি কাঢ়ি লৈ যায়।

Read More
অনুবাদগল্প

ক্লান্তিৰ শেষ নাই – (মূল: বান’ কুড়ছিয়া, অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা)

সেয়া আছিল প্ৰথমবাৰ৷ তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল – হুবহু এইধৰণে: মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে

Read More