অনুবাদ

অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা মোৰ আৱেগ

Read More
অনুবাদকবিতা

ময়েই সেই ছোৱালীজনী (মূল: শুভ দাশগুপ্ত; ভাবানুবাদ: চয়নিকা চাংমাই)

ময়েই সেই ছোৱালীজনীবাছত, ৰেলত, ৰাস্তাত আপুনি যাক সদায় দেখেযাৰ শাৰী, কঁপালৰ ফোঁট, কাণফুলি আৰু ভৰিৰ সৰুগাঁঠিআপুনি সদায় দেখে।আৰুআৰু বহুত কিবাকিবি

Read More
অনুবাদকবিতানিবন্ধ

পাবলো নেৰুডাৰ পাঁচটা কবিতা (অনুবাদ :: অৰুণ কুমাৰ শৰ্মা)

কাব্যকৃতী(Ars poetica) এপিনে ছায়া আনপিনে অনন্ত ব্যাপ্তি,ইফালে গাভৰুৰ জাক সিফালে দুৰ্গৰ প্রহৰীমাজত থিতাপি লোৱা আজৱ হৃদয়আৰু সৰ্বনাশী স্বপ্নবোৰেহঠাৎ ধাৰণ কৰে

Read More
অনুবাদকবিতা

চোৰ-(মূলঃ মঃ আজহাৰ ছিদ্দিকী,অনুঃ বিতোপন গগৈ)

চোৰৰ দুটা প্ৰকাৰ আছেঃসাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। সাধাৰণ চোৰঃআপোনাৰ যিকোনো বয়-বস্তুআপোনাৰ টকাৰ মোনাআপোনাৰ হাতৰ ঘড়ীআপোনাৰ মোবাইলআদি কাঢ়ি লৈ যায়।

Read More
অনুবাদগল্প

ক্লান্তিৰ শেষ নাই – (মূল: বান’ কুড়ছিয়া, অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা)

সেয়া আছিল প্ৰথমবাৰ৷ তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল – হুবহু এইধৰণে: মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে

Read More
অনুবাদগল্প

পত্নী (মূল: জৈনেন্দ্ৰ কুমাৰ; অনুবাদ: কৃষ্ণা সোণোৱাল)

লেখক পৰিচিতি- জৈনেন্দ্ৰ কুমাৰ (০২ জানুৱাৰী ১৯০৫- ২৪ ডিচেম্বৰ ১৯৮৮) হিন্দী সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক। প্ৰেমচন্দোত্তৰ হিন্দী সাহিত্যিকসকলৰ ভিতৰত

Read More
অনুবাদকবিতা

ড০ সিদ্ধলঙ্গাইয়াৰ অনুবাদ কবিতা – (খামমুন ফুকন)

ড০ সিদ্ধলঙ্গাইয়া (Dr. Siddalingaiah) কন্নড় (Kannada) ভাষাৰ কবি, নাট্যকাৰ আৰু এগৰাকী দলিতকৰ্মী। “দলিত-বন্দায়া সাহিত্যিক আন্দোলন”ৰ এজন প্ৰধান পৃষ্ঠপোষক। বাংগালোৰ বিশ্ববিদ্যালয়ৰ

Read More
অনুবাদকবিতা

পিঞ্জৰাৱদ্ধ এটা সিংহ ( A Lion In A Cage )-(মূল : নাজিম হিকমেত অনুবাদ : অৰুণ কুমাৰ শৰ্মা)

লোৰ পিঞ্জৰাত বন্দী সিংঘটোলৈ চোৱাঁমন কৰা তাৰ চকু দুটিলৈ :খঙত জ্বলিপকি তিৰবিৰাই থকাযেন তীখাৰ দুখন খোলা ডেগাৰসি কেতিয়াও সম্ভ্ৰম বাদ

Read More