কবিতা

অনুবাদকবিতা

শান্তিৰ সৃষ্টি  (মূল: ডেনিছ লেভাৰ্টভ; অনুবাদ: কিশোৰ কুমাৰ দাস)

আন্ধাৰৰ পৰা মাত এটাই মাত লগালে, “কবিসকলে আমাক দিবই লাগিব শান্তিৰ কল্পনা, তীব্ৰ, চিনাকিক উৎখাত কৰিবলৈ দুৰ্যোগৰ কল্পনা। শান্তি লাগে,

Read More
অনুবাদকবিতা

মনত ৰখা ভাল – (মূল – মনীষ আজাদ, অনুবাদ – কল্যাণী কোঁৱৰ)

[অনুবাদিকাৰ টোকা –  ৰাজনৈতিক ভাৱে অতি সংবেদনশীল মনীষ আজাদৰ কবিতা সময়ৰ দলিল স্বৰূপ । প্ৰচলিত ধাৰাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ আৰু

Read More
অনুবাদকবিতা

মোক ওভতাই দিয়া মোৰ অধিকাৰ  (মূল: যতীন্দ্ৰ চৌধুৰী; অনুবাদ : খগেশ সেন ডেকা)

মোক ওভতাই দিয়া মোৰ অধিকাৰ হত্যাকাৰী ৰাতিৰ ভয়াৱহতা বুকুত সাৱটি কুমজেলেকুৱা গতিৰে পাৰ হৈছে সময়। তুমি মোৰ দুয়োখন ভৰি ভাঙি

Read More
অনুবাদকবিতা

চাবিৰ হাকাৰ চৌদ্ধটি কবিতা-(অনুবাদ: বিতোপন গগৈ)

চাবিৰ হাকা: ইৰাণৰ নিৰ্মাণ শ্ৰমিক চাবিৰ হাকাৰ কবিতাবোৰ বজ্ৰপাতৰ আঘাতৰ দৰে। তেওঁৰ জন্ম ১৯৮৬ চনত ইৰাণৰ কেৰমানশ্বাহ চহৰত হৈছিল। বৰ্তমান

Read More
অনুবাদকবিতা

অবিশ্বাসী তিৰোতা (মূল: ফেডেৰিকো গাৰ্থিয়া লোৰকা;  অনুবাদ: অৰুণ কুমাৰ শৰ্মা)

কুমাৰী বুলি ভাবি মই তাইক লৈ গৈছিলোঁ নৈখনলৈ, যদিও তাইৰ আছিল এগৰাকী স্বামী। সিদিনা আছিল জুলাইৰ চতুৰ্থ শুকুৰবাৰ আৰু মই

Read More
অনুবাদকবিতা

সঞ্জয় কুন্দনৰ কবিতা-(অনুবাদ: পল্লৱ হাজৰিকা)

(অনুবাদকৰ টোকা : সঞ্জয় কুন্দন সাম্প্ৰতিক প্ৰগতিশীল হিন্দী সাহিত্যৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক আৰু সাংবাদিক। বৰ্তমানৰ ৰূঢ় বাস্তৱতাক

Read More
অনুবাদকবিতা

দেশ বুলিলে এতিয়া (মূল: তচলিমা নাচৰিন, অনুবাদ: মুনমুন সৰকাৰ)

এতিয়া দেশখন মোৰ বাবে সম্পূৰ্ণ এখন শ্মশান শ্মশানত ৰৈ প্ৰতি ৰাতি কুকুৰ এটাই কান্দে‌, হিয়াভঙা কান্দোন আৰু এচুকত মাতাল হৈ

Read More