গল্প-কবিতা

গল্প-কবিতা

অমানুহ ।। মানসী গোঁহাই

এইটো পূৰ্ণিমাত মাধনৰ বাপেক কোলাই মৰা এবছৰ হ’ব। মাধনে বিমলৰ মিলত পিঠা খুন্দাই আনিছে। মোনাটো কঁ‌কালত বোজাই আনফালে হাওলি গৈছে।

Read More
গল্প-কবিতা

‘এনিমোন ক’ৰ’নাৰিয়া’ ।। মণিকংকনা বৰবৰা

(জেইলত এদিনেই বাহিৰত হেজাৰ বছৰ যেন লাগে আচলতে চাৰিমাহ মই সামান্য খাদ্যৰেই বাচি আছোঁ চাৰিমাহ মই কেতিয়াও সুখৰ নিদ্ৰা যোৱা

Read More
গল্প-কবিতা

ভগ্নস্তুপত বুৰ যোৱা নাও ।। বিমল কুমাৰ শৰ্মা

এখনি ভগ্নস্তুপত বুৰ যোৱা নাও।বনজুইৰ লেলিহান শিখাইকক্ষচ্যুত কৰা কোনো বৰ্ষাৰণ্যৰঅদম্য বন্যৰাজৰধূসৰ দুচকুৰ বিহ্বল চাৱনিতযেতিয়া স্ফটিকৰদৰে ভাহেআতংকৰ সোণালী দু:স্বপ্ন। ঠিক তেনেকুৱাইএখনি

Read More
গল্প-কবিতা

শ্বাসসৰুদ্ধ ।। মূল: ৰাজীৱ ৰঞ্জন;  অনুবাদ: ৰুমা অধিকাৰী

মোক পৃথিৱী দিয়া তুমি আকাশ লোৱা, মোক সংবিধানখন দিয়া ধৰ্মগ্ৰন্থবোৰ তুমি লোৱা, মোক আহাৰ এমুঠি দিয়া আধ্যাত্মিকতাৰ জ্ঞান তুমিয়েই লোৱা,

Read More
গল্প-কবিতা

নৈশব্দগাঁথা ‌।। বৰ্ণালী ফুকন

বহুদিনৰ পিছত আজি মৈত্ৰেয়ীৰ মনটো ফৰকাল হৈ পৰিছে, একেবাৰে শৰৎকালৰ মেঘমুক্ত নীলা আকাশখনৰ দৰে ফৰকাল। যোৱা কিছুদিন ধৰি তেওঁ যেন

Read More
গল্প-কবিতা

মানুহক লাগে অগ্নিৰ অধিকাৰ ‌।। অজিত তালুকদাৰ

ৰাতি ভাঙিছে থৰ্‌থৰ্‌কৈ কঁপিছে জাৰ-শোগোনা দেশ, মাটি সময়ে থমকি ৰৈ তোমাকে চাইছে প্ৰমেথিয়ুছ অগনিৰ শিখা হৈ কেতিয়া আহিবা তুমি? উমনি

Read More
গল্প-কবিতা

সাধু ‌।। প্রিয়ংকা দাস

আমাৰ ডেউকাবোৰৰ উষ্ণতা জুখিবলৈ বৰগছজোপা এইখিনিতে থাকে। মাজে সময়ে ভীষণ ৰ’দ অথবা মিচিক্‌মাচাক্‌ বৰষুণৰ টোপালতো আমি বৰগছৰ তলেৰে আহোঁতে যাওঁতে

Read More