সূচীপত্ৰ-(চতুৰ্থ বছৰ, চতুৰ্থ সংখ্যা)
সম্পাদকীয়:
কেন্দ্রীয় নিবন্ধ :
ছেকুলাৰিজিম, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু ৰাজনৈতিক বাগধাৰা – ইন্দ্ৰজিৎ বৰা
মিঞা কবিতালৈ অভিনন্দন আৰু কিছু প্ৰশ্ন – জিতেন বেজবৰুৱা
শিল্প কলা সংস্কৃতি:
বৰনদী ভটিয়ায়ঃ মাজুলীৰ এক উদযাপন- খামমুন ফুকন
বিজ্ঞান-প্রযুক্তি :
কৃষ্ণ গহ্বৰ : এক চমু পৰিচয় – আৰহান ইনামূল
কৃষ্ণ গহ্বৰ : এক অবুজ সাঁথৰ মাথোন – পংকজ বৰুৱা
টমাছ আলভা এডিছনক অতিক্ৰম কৰা দুজন মানুহ – পংকজ জ্যোতি মহন্ত
যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (পঞ্চম অংশ)- পূৰৱী দেৱী
কবিতা:
হাতে ঢেৰুৱা ঠাৰি, পেটে কলেমলাই ভোকে- গৌৰীশংকৰ দাস
কাকো কথা দিব পৰা নাই – লুইত কিৰণ দাস
অনুবাদ :
কবিতা:
ঘৃণাৰ প্ৰভাৱ- মূল: সাগৰ খৈয়ামী, অনুবাদ: বিতোপন গগৈ
বিজ্ঞানত মই দহ পাইছোঁ – মূল: প্ৰণৱ ঘোষ, অনুবাদ: ৰুমা অধিকাৰী
গ্ৰন্থ সমালোচনা:
পৰমায়ুৰ পৰিমাপ: বাণীপ্ৰসন্ন মিশ্ৰৰ “শ্ৰীমন্ত শঙ্কৰদেৱ, জন্ম আৰু জীৱনকাল” – বৰ্ণালী বৰুৱা দাস
বিবিধ চিন্তা :
বড়োবজাৰৰ বাঘিণীজনী – কামাল আজাদ
প্ৰকৃতিপ্ৰেমী জিয়াউৰ ৰহমান – হিমাংশুজ্যোতি আচাৰ্য
বিশ্বাস-অবিশ্বাস:
জৰা-ফু-উ-ক্কা – মনোজ কুমাৰ মহন্ত
অতিথি সম্পাদকৰ শিতান :
নতুন পৃথিৱীৰ উদ্গাতা কাৰ্লমাৰ্ক্স – নিৰংকুশ নাথ
ফ্ৰেডেৰিক এংগেলছৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজি – টুনুজ্যোতি গগৈ
নতুন পৃথিৱীৰ ৰূপকাৰ লেনিন – পৰী বৰুৱা
মাও চে টুং : কৃষক পৰিয়ালৰ পৰা বিপ্লৱৰ নায়কলৈ – ৰিতু ৰঞ্জন দাস
হো চি মিন : সংগ্ৰামী প্ৰেৰণাৰ অফুৰন্ত উৎস – শিৱাংগী আচাৰ্য
ফিডেল কেষ্ট্ৰ’ : বিশ্ব জনতাৰ সংগ্ৰামী প্ৰেৰণা – সৌৰভ শইকীয়া
চ্ছে গুৱেৱাৰাৰ চমু জীৱনালেখ্য আৰু তেওঁৰ জীৱন-দৰ্শন – আৰহান ইনামূল
মহাবিদ্ৰোহী স্পাৰ্টাকাছ – ৰাহুল শ্যাম
অক্লান্ত আৰু বিতৰ্কিত বিপ্লৱী : মেক্সমিলিয়েন ৰবচপিয়েৰ- কুমাৰ নূপুৰ হৃষিকেশন
বিপ্লৱী ভগৎ সিং – কাশ্যপ চৌধুৰী
ভগৎ সিঙৰ পত্নীৰ সন্ধানত: দুৰ্গা দেৱীৰ জীৱনত এভুমুকি – সুস্মিত ইচফাক
গ্ৰামছি প্ৰসংগত একাষাৰ – ৰবীন তামুলী
চন্দ্ৰপ্ৰভা শইকীয়ানী : ব্যক্তিত্ব আৰু প্ৰতিভা – ৰঞ্জিত ভূঞা