চাহ বাগিচাত ক’ৰ’নাকাল ।। পাপু ৰাজোৱাৰ
২০২০ চনৰ আগষ্ট মাহ, ক’ৰ’না মহামাৰীৰ ঢৌৱে অসমৰ চাহ বাগিচা সমূহকো কোবাই গৈছিল। সেই ক’ৰ’না মহামাৰীৰ মাজতেই জীৱন-মৃত্যুৰ ভয়াৱহ শংকা চলি থকাৰ মাজতো চাহ-বাগিচাৰ নিঃকিন উপান্ত শ্ৰমিকসকলে চাহেব সকলৰ নিৰ্দেশত কাম কৰিব লগা হৈছিল। তেনে সময়তে কৰ্মৰত শ্ৰমিক সকলৰ তোলা কেইখনমান আলোকচিত্ৰ ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
২০২০ চনৰ আগষ্ট মাহ, ক’ৰ’না মহামাৰীৰ ঢৌৱে অসমৰ চাহ বাগিচা সমূহকো কোবাই গৈছিল। সেই ক’ৰ’না মহামাৰীৰ মাজতেই জীৱন-মৃত্যুৰ ভয়াৱহ শংকা চলি থকাৰ মাজতো চাহ-বাগিচাৰ নিঃকিন উপান্ত শ্ৰমিকসকলে চাহেব সকলৰ নিৰ্দেশত কাম কৰিব লগা হৈছিল। তেনে সময়তে কৰ্মৰত শ্ৰমিক সকলৰ তোলা কেইখনমান আলোকচিত্ৰ।




