এতিয়াও!
মাজ সাগৰত এতিয়াও টাইটানিক ডুবে
টুলুং ভুটুঙকৈ এতিয়াও আগ বাঢ়ে
শিমলুৰ টুলুঙা নাও
গধূলি বেলিকা এতিয়াও আমি ডবা কোবাওঁ
ডবাৰ শব্দ তল পেলাই গমগমাই উঠে
যুঁজাৰু বিমানৰ ইঞ্জিনৰ গৰ্জন
তথাপিও এতিয়াও
লুকাই লুকাই কোনে পাঠ কৰে ডাকৰ বচন !
মাজ সাগৰত এতিয়াও টাইটানিক ডুবে
টুলুং ভুটুঙকৈ এতিয়াও আগ বাঢ়ে
শিমলুৰ টুলুঙা নাও
গধূলি বেলিকা এতিয়াও আমি ডবা কোবাওঁ
ডবাৰ শব্দ তল পেলাই গমগমাই উঠে
যুঁজাৰু বিমানৰ ইঞ্জিনৰ গৰ্জন
তথাপিও এতিয়াও
লুকাই লুকাই কোনে পাঠ কৰে ডাকৰ বচন !