অসমীয়া কবিতা

গল্প-কবিতা

শিলিখাজোপা আৰু নাই – (মল্লজিৎ চেতিয়া)

ৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দিদৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতাবিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি

Read More
গল্প-কবিতা

কিলোগ্ৰাম-(কৃষক কন্যা)

(১)পঞ্চাছ কিলোগ্ৰামৰ সৌন্দৰ্য্যবোধআৰু নব্বৈ কিলোগ্ৰামৰ অপৰাধএকেখনেই হৃদয় : নাকান্দে- তেজ কঢ়িয়াইঅপৰাধে বগা টুপী পিন্ধে (২)জটিল আপেক্ষিক ধাৰণাবোৰ সৰলীকৰণৰ সূত্ৰত বন্ধসান্ত্বনা

Read More
গল্প-কবিতা

‘ফুল জুই’ – (অচ্যুৎ মাধৱ দাস)

ফুলবোৰ জ্বলাই দিয়াজুইবোৰ নুমাই দিয়া মৃত্যু শিল হেন, পানী হেন মৃত্যুএখন বগা চাদৰেৰে মৃত্যুক ঢাকি থ’ব নোৱাৰিছাইবোৰ ৰৈ যায়, তুমি

Read More
গল্প-কবিতা

হাতে ঢেৰুৱা ঠাৰি, পেটে কলেমলাই ভোকে – (গৌৰীশংকৰ দাস)

ঘৰ-চিৰিকাৰ মঙহেৰে বৰসবাহ পাতিমানুহজাক গ’লগৈ,মোক দি থৈ গ’ল ছিনা-জোকে বটিয়াই দিয়া এটৌ মান কিহবাৰ তেজ …সেইসোপা উতলাই খাবলৈ বনচোমৰ শুকান ডাল

Read More
গল্প-কবিতা

এন্ধাৰ আহিলে-(খগেশ সেন ডেকা)

এন্ধাৰ আহিলেগছৰ ধোন্দত চুপি থাকেডাইল সৰীসৃপগা মূৰ কোটালি ওলাই আহেনিশাচৰী জীৱতহিলং কৰি ফুৰেহাবি বনপিত পাত কৰি বিচাৰি চায়গীতাল পখীৰ খোৰোংআঁচুৰি

Read More
গল্প-কবিতা

কাকো কথা দিব পৰা নাই (লুইত কিৰণ দাস)

যে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰএই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথতপাহাৰৰ নামনিত সাজিব

Read More
অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

এটা মুছলমান কবিতা-(মনোজ নেওগ)

থুঁতৰিত দীঘল দাড়ি , মূৰত টুপী, কাণৰ কাষত আতৰ লৈ মুছলমান জাতৰ কবিতা এটা এজন কবিৰ গৰ্ভৰ পৰা ওলাওঁ নোলাওঁকৈ

Read More