শিলিখাজোপা আৰু নাই – (মল্লজিৎ চেতিয়া)
ৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দিদৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতাবিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি
Read Moreৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দিদৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতাবিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি
Read More(১)পঞ্চাছ কিলোগ্ৰামৰ সৌন্দৰ্য্যবোধআৰু নব্বৈ কিলোগ্ৰামৰ অপৰাধএকেখনেই হৃদয় : নাকান্দে- তেজ কঢ়িয়াইঅপৰাধে বগা টুপী পিন্ধে (২)জটিল আপেক্ষিক ধাৰণাবোৰ সৰলীকৰণৰ সূত্ৰত বন্ধসান্ত্বনা
Read Moreফুলবোৰ জ্বলাই দিয়াজুইবোৰ নুমাই দিয়া মৃত্যু শিল হেন, পানী হেন মৃত্যুএখন বগা চাদৰেৰে মৃত্যুক ঢাকি থ’ব নোৱাৰিছাইবোৰ ৰৈ যায়, তুমি
Read Moreঘৰ-চিৰিকাৰ মঙহেৰে বৰসবাহ পাতিমানুহজাক গ’লগৈ,মোক দি থৈ গ’ল ছিনা-জোকে বটিয়াই দিয়া এটৌ মান কিহবাৰ তেজ …সেইসোপা উতলাই খাবলৈ বনচোমৰ শুকান ডাল
Read Moreএন্ধাৰ আহিলেগছৰ ধোন্দত চুপি থাকেডাইল সৰীসৃপগা মূৰ কোটালি ওলাই আহেনিশাচৰী জীৱতহিলং কৰি ফুৰেহাবি বনপিত পাত কৰি বিচাৰি চায়গীতাল পখীৰ খোৰোংআঁচুৰি
Read Moreযে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰএই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথতপাহাৰৰ নামনিত সাজিব
Read Moreথুঁতৰিত দীঘল দাড়ি , মূৰত টুপী, কাণৰ কাষত আতৰ লৈ মুছলমান জাতৰ কবিতা এটা এজন কবিৰ গৰ্ভৰ পৰা ওলাওঁ নোলাওঁকৈ
Read More১ কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা
Read More