নিবন্ধ

চলচ্চিত্ৰ : ‘আলিফা’ আৰু আনুষঙ্গিক - (আশ্ৰাফুল হুছেইন)

আলিফা এজনী কিশোৰীৰ নাম, যাৰ চকুত অযুত আশা, বুকুত অলেখ বেদনা, মন তাইৰ আকাশ চুবৰ – কিন্তু দৰিদ্ৰতাই ৰাখিছে বান্ধি। আলিফাৰ পিতৃৰ জন্ম বৰপেটাৰ ভেলেঙী...অধিক

252 0

জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে কথোপকথন, দ্বিতীয় খণ্ড) -(উৎপল দত্ত)

  * সুৰটো ব্ৰজেন বৰুৱাৰ? * বীৰেন্দ্ৰ নাথ দত্ত – সুৰটো ব্ৰজেন বৰুৱাৰ। তেখেতে কৈ যায়, দিয়া, কথা দিয়া। আৰু তেনেকে তেনেকে সেইটো হৈছিলে আৰু...অধিক

338 0

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(প্রথম অংশ) - (পূৰৱী দেৱী)

  আধুনিক যুগত  চিকিৎসা, যোগাযোগ, পৰিবহণকে আদি কৰি দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ প্ৰভাৱ অনুভৱ নকৰাকৈ থকাটো অসম্ভৱ। প্রযুক্তিগত আৱিষ্কাৰসমূহৰ চমৎকাৰিতাই আমাক মুগ্ধ কৰাটো একো...অধিক

995 0

বিশৃংখলতাৰ তত্ত্ব: এক চমু আলোচনা - (আছাদ্দুল্লা মহম্মদ শ্বামিম)

এটা সৰল দোলক কল্পনা কৰা যাওক| সৰল দোলক মানে এটা পেণ্ডুলাম; এডাল পাতল সূতাৰে ওলোমাই ৰখা এটা সৰু বল, যাক অলপ লৰাই দিলে কিছু সময়...অধিক

511 0

জুলিয়েটা : নাৰী চৰিত্ৰৰ সফল প্ৰতিফলন আৰু আন্তৰিক সম্পৰ্কৰ আন্তঃগাঁথনি - (সাগৰ সৌৰভ)

  ফ্ৰেইমত ৰঙা ভেলভেট । কেমেৰা প্ৰথমে স্থিৰ হৈ ক্ৰমে পেন হ'বলৈ ধৰিছে । ৰঙা ভেলভেটৰপৰা লাহে লাহে জুম আউট হৈ পোহৰে ধৰা দিব খুজিছে...অধিক

210 0

মটৰচাইকেল ডায়েৰিজ (খণ্ড নং ৪) - মূল: চ্চে গুৱেভাৰা, অনুবাদ: আৰহান ইনামূল

  শেষ বান্ধোনটো ছিঙি আমি মিৰামাৰৰপৰা ওলাই অহাৰ পিছত একেবাৰে নেক'চ্ছেয়া'ত গৈহে ৰ'লো। তাত আলবাৰ্ট'ৰ এজন পুৰণি বন্ধুৱে নিজৰ প্ৰেক্টিচ কৰি আছিল, তেওঁৰ লগত একেলগে...অধিক

549 0

বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ - (নৱজিৎ বৰ্মন)

  বন্যপ্ৰাণী সুৰক্ষা আইনখন (Wild Life (protection) Act 1972) আমি বহুতেই নাজানো। সাধাৰণ মানুহখিনি বাদেই, প্ৰশাসনৰ মানুহখিনিয়ে সজাগ নহয়। কিন্তু কোনোবা সজাগ নোহোৱাৰ অৰ্থ এইটো...অধিক

638 0

পক্ষী-জগতৰ অভিযন্তা টোকোৰা চৰাই - (নন্দ গগৈ)

পক্ষীৰ ভিতৰত সুনিপুণ অভিযন্তা হ’ল টোকোৰা চৰাই। এই চৰাইটিক ইংৰাজীত Weaver Bird ; বৈজ্ঞানিক নাম, Ploceus philippinus। এই চৰাইবিধৰ প্রধান বৈশিষ্ট্য পৰিলক্ষিত হয় সিহঁতৰ বাহৰ...অধিক

999 0