পিপ'ল্‌ছ ফটোগ্ৰাফিশিল্প-কলা-সংস্কৃতি

বজাৰ আৰু নাৰী ।। মীনাক্ষী বৰপাত্ৰগোহাঁই

পৃথিৱীৰ যিকোনো এখন সমাজৰ ৰেহ-ৰূপ, আচাৰ-আচৰণ, অৰ্থনৈতিক অৱস্থান আৰু সেই সমাজৰ সংস্কৃতিক বুজ ল’বলৈ সেই অঞ্চলৰ বজাৰ পৰ্যবেক্ষণ এক গুৰুত্বপূৰ্ণ বিষয়। বজাৰতেই প্ৰকৃততে মানুহৰ কষ্টোপাৰ্জিত উৎপাদনৰ বিনিময় মূল্য নিৰ্ধাৰণ হয়। মূলতঃ বজাৰ যেন মানুহৰ সংগ্ৰামৰ এখন মুকলি মঞ্চ। গতিকে সেই বজাৰত নাৰীৰ অৱস্থানৰ পৰ্যবেক্ষণেৰে নিশ্চিতভাৱেই সেই সমাজৰ নাৰীৰ অৱস্থানৰ আমি বুজ লব পাৰিম। সেয়েহে এনে কিছু চিন্তা লৈ এইবাৰৰ “বজাৰ আৰু নাৰী” শীৰ্ষক মোৰ আলোকচিত্ৰখিনি ‘মুক্ত চিন্তা’ৰ পাঠকলৈ আগবঢ়ালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *