শিল্প-কলা-সংস্কৃতি

আৰ্ট গেলেৰী ।। সুন্দৰ শইকীয়া

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

দৃশ্য কলা এটা আন্তৰ্জাতিক ভাষা মাধ্যম। ছবিয়ে নীৰৱে কথা কয় আৰু আবেগত বিবেকে খুন্দিয়াই। আমি ছবি আঁকি নান্দনিক আৰু বিমল আনন্দ দিব পৰাটোৱেই প্ৰথম উদ্দেশ্য।ইয়াৰ পাছতে আহে শিল্পীজনে শিল্পকৰ্মৰ যোগেদি কি ক’ব বিচাৰিছে।

মোৰ শিল্পকৰ্মৰ যোগেদি ক’ব বিচাৰিছোঁ যে এখন ভঙা গাড়ী হ’ল বৰ্তমান সমাজৰ প্ৰতীক। কিছু ক্ষেত্ৰত আধুনিক মানৱ সমাজখন বহু আগবাঢ়ি গৈছে। কিন্তু আজিও যেন আমাৰ চিন্তাধাৰা বহু পিছপৰি আছে।

উদাহৰণ স্বৰূপে, জাত-পাত বিচাৰ, উচ্চ-নীচ ভেদাভেদ আৰু স্বাৰ্থপৰতাই মানৱ সমাজখনকেই অচল কৰি পেলাইছে। শিল্পকৰ্ম যিমানেই জীৱন্ত হ’ব, তেতিয়াহে আমি ক’ব পাৰিম কলাসন্মত শিল্পকৰ্ম বুলি।

Title of Painting : Civilization
Medium : Acrylic on canvas
Year of execution : 2025

 

Title of Painting : Civilization
Medium : Acrylic on canvas

 

Title of Painting : The thinker
Medium : Drawing

Leave a Reply

Your email address will not be published. Required fields are marked *