অনুবাদ

অনুবাদকবিতা

মানৱতাৰ পাঠ-(মূল-শতৰূপা সান্যাল, অনুবাদ: ৰুমা অধিকাৰী)

তেজ হেনো পানীতকৈও ডাঠ?সঁচা নহয় এয়া, কেতিয়াও হ’ব নোৱাৰে৷যদি সেয়াই হয়, মোৰ ভাই-ভনীহঁত তেতিয়াহ’লেইজনে আনজনৰ শতৰু কিয় হয়?অগণন মিছা অভিমানৰ

Read More
অনুবাদকবিতা

এজন বুঢ়া—ভাৰাভাৰা ৰাও (মূলঃ হূবনাথ পাণ্ডে। অনুবাদঃ বিতোপন গগৈ)

এজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

অৱৰোধবাসিনী (মূল: ৰোকেয়া বেগম; অনুবাদ: সন্ধ্যা দেৱী)

[কেৱল এগৰাকী যশস্বিনী লেখিকাই নহয়, বেগম ৰোকেয়া (১৮৮০-১৯৩২) এগৰাকী মেধাসম্পন্ন মহিলা হিচাপেও নাৰীবাদী ইতিহাসত প্রসিদ্ধ। নাৰীৰ প্ৰগতিৰ কাৰণে অহৰহ চিন্তা-চৰ্চাক

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

পৰুৱা (মূল: পিঁপড়া : হুমায়ূন আহমেদ; অনুবাদ: মুনমুন সৰকাৰ শইকীয়া)

আপোনাৰ বেমাৰটোনো কি‌ কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ পিনে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি.

Read More
অনুবাদকবিতা

তৃতীয় স্তম্ভ (মূল: অজয় সিং; অনুবাদ: মাধুৰ্য্য ফুকন)

স্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ। কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম একেজাক ধুমুহাতে তচনচ হৈ গ’ল আজি প্ৰথম স্তম্ভগণ কোৱাচোন

Read More
অনুবাদকবিতা

মই জানো সজাত বন্দী চৰাইটিয়ে কিয় গায় (মূল: মায়া এঞ্জেলোউ; অনুবাদ: যশোৱন্ত নিপুণ)

মুক্ত চৰাইটিয়ে বতাহৰবুকুত জপিয়ায়আৰু উটি যায়সোঁতৰ শেষলৈকেআৰু সূৰ্য্যৰ কমলা কিৰণততাৰ ডেউকা জুবুৰিয়ায়আৰু আকাশখন নিজৰ কৰিব খোজে কিন্তু এটি চৰাই যিয়ে

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

উপদলীয়-(মূল: মানিক বন্দোপাধ্যায়; অনুবাদ: মুনীন শৰ্মা)

সিদিনা ৰাতিপুৱা প্ৰশান্তই নতুন লেখা এটা আৰম্ভ কৰি গভীৰ মনোযোগেৰে কলম চলাই গৈছিল। এনেতে বাহিৰৰ কোনো এখন সৰু চহৰৰ পৰা

Read More
অনুবাদকবিতা

য়েহুদা এমিচাইৰ নিৰ্বাচিত পাঁচটা কবিতা (বিশ্বজিৎ বৰা)

অনুবাদকৰ টোকা : য়েহুদা এমিচাই (Yehuda Amichai, ১৯২৪–২০০০) ইজৰাইলৰ এজন প্ৰসিদ্ধ কবি। ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধত (যাক ইহুদী ৰাষ্ট্ৰ হিচাপে

Read More