পঞ্চম বছৰ (তৃতীয় সংখ্যা)

অতিথি সম্পাদক: কমল নয়ন মিশ্ৰ

অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

মৌলিক বিজ্ঞান আৰু ৰূপান্তৰৰ সংগ্ৰাম (অতিথি সম্পাদকৰ কলম)-(কমল নয়ন মিশ্ৰ)

ৰূপান্তৰৰ মহাশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা এফাঁকিৰে আৰম্ভ কৰিব খুজিছোঁ। “সৌ আকাশত নীহাৰিকা উৰে, ক’ত জীৱন, ক’ত ৰূপৰ, ক’ত

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

সংগীতৰ সাগৰ-বিশাল তৰংগই খহাব পাৰে নেকি পৰিচয় ভিত্তিক বিদ্বেষৰ ভেটি? -(সন্দিপন তালুকদাৰ)

ধৰি লওক আপুনি খোজ কাঢ়ি গৈ আছে আৰু হঠাৎ দেখা পালে যে অলপ দূৰৈত এডাল সাপে চুৰ্চুৰাই আছে। আপোনাৰ তাৎক্ষণিক

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

মোৰ বিশ্ববীক্ষা-(মূল-আলবার্ট আইনষ্টাইন, অসমীয়া অনুবাদ – ডঃ শিৱনাথ বৰ্মন)

বিস্ময়কৰ আমাৰ অৱস্থান এই ধৰণীত! আমি প্রত্যেকেই ইয়াত আছো ক্ষণিক বসতিৰ বাবে ; নাজানাে ইয়াত আমাৰ অস্তিত্বৰ উদ্দেশ্য কি ?

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

সীমান্তৰ সিপাৰে সপোনৰঙী প্ৰহেলিকা – (চাও ৰাহুল শ্যাম)

“নীলিম আকাশ তিৰবিৰ, অলেখ তৰা জলিছে; এজাক জোনাকী জিলমিল, সপোন সপোন লাগিছে…”              দিগন্তত মিলি যোৱা নীলা আকাশখন কি যে

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

সময়ৰ ইতিহাস: প্ৰাকৃতিক বিজ্ঞানৰ পৰা সমাজ বিজ্ঞানলৈ -(ইন্দ্ৰজিৎ বৰা)

(১) “স্বৰ্গৰ ওপৰত, নৰকৰ তলত অথবা দুয়োটাৰ মাজত থকা মহাশূণ্যৰ বুকুত অতীত, বৰ্তমান আৰু ভৱিষ্যতক এখন জালৰ দৰে গুঠি থোৱা

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

আধুনিক বিশ্বতত্ত্ব : তাৰকাৰাজ্যৰ পৰা কোৱান্টাম সৃষ্টিতত্ত্বলৈ-(ডঃ সঞ্জীৱ কলিতা)

মহাবিশ্বৰ সৃষ্টি, মহাকাশ আৰু সময়ৰ বিশাল পৰিসৰত ইয়াৰ গঠন আৰু বিৱৰ্তন আৰু তাৰকাৰাজ্যসমূহৰ বিৱৰ্তনৰ বৈজ্ঞানিক অনুসন্ধানেই হ’ল বিশ্বতত্ত্ববিজ্ঞান। যোৱা প্ৰায়

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

জ্যোতিষশাস্ত্ৰ প্ৰকৃততে বিজ্ঞান নে?-( ডাঃ জীৱন দত্ত বৰুৱা)

প্ৰাচীন কালত মানুহৰ জগত সম্পৰ্কীয় চিন্তা আৰু জীৱনবােধ আছিল অস্পষ্ট, কোনাে কোনো ক্ষেত্ৰত ভ্ৰান্তও৷ সেই সময়ত মানৱ সভ্যতা আৰু বিজ্ঞান

Read More