প্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদক: মনোজ কুমাৰ মহন্ত

অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদকৰ কলম- (মনোজ কুমাৰ মহন্ত)

‘মুক্ত চিন্তা’ৰ দৰে আলোচনী এখনত অতিথি সম্পাদকৰ দায়িত্ব পালনৰ সুযোগ দিয়াৰ বাবে ইয়াৰ লগত জড়িত সকলোকে প্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ।

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অসমীয়া জাতীয়তাবাদৰ গতিধাৰা : সমস্যা আৰু সমাধান – (উদয়াদিত্য ভৰালী)

অসমীয়াত “জাতি” শব্দটোৰ অৰ্থ কিছু খেলিমেলি লগা। ইংৰাজীত Nationality শব্দটোৱে যি অৰ্থ বুজায় অসমীয়াত “জাতি” শব্দটোৱে সেই অৰ্থকেই বুজায়। পিছে

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

ৰাভালৈ চিঠি- (নিকু দুৱৰা)

(১) স্বাধীনতাৰ নামত এটা ৰাতি উজাগৰে কটাইছো। ৰঙা জীৱনৰ আৱেগ বুকুত বান্ধি – কাঁইটৰ ওপৰেৰে খোজ কাঢ়িছো। দুচকুত অহৰহ কঢ়িয়াই

Read More
অতিথি সম্পাদকৰ চ'ৰাপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা- (জিতেন বেজবৰুৱা)

হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

নিৰুদ্দেশ- (দেৱজিৎ শৰ্মা)

ময়ো এদিন নোহোৱা হৈ যাম, ভিৰৰ মাজত নোপোৱা সমীকৰণ এটাৰ সোঁতত। যিদৰে হেৰাই গ’ল অৱনী চক্ৰবৰ্তী আহিম বুলি কথা দিয়া

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

ভাৰতীয় আধিপত্যবাদ, বঞ্চনাৰ ইতিহাস আৰু অসমৰ জাতীয় ভৱিষ্যত- (ৰক্তিম শৰ্মা)

কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনে অসমত সৰ্বভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটায়। এই সৰ্বভাৰতীয় জাতীয়তাবাদে অসমৰ উচ্চবৰ্ণৰ লোকসকলক আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ মূলতে

Read More
অতিথি সম্পাদকৰ চ'ৰাপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অসমীয়াৰ দুৰৱস্থা কিয়?- (জ্যোতিৰূপম দত্ত)

একালত অদম্য সাহস, দেশপ্ৰেম, শৃংখলাবোধৰ দৃষ্টান্ত ৰাখি শত্ৰুপক্ষৰো প্ৰশংসাৰ পাত্ৰ হোৱা এই সাহসী, সুশৃংখলিত, অদম্য অসমীয়া জাতিটো বৰ্তমান অৱক্ষয়ৰ গৰাহত

Read More